![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/da/Sarat_Chandra_Chattopadhyay.jpg/640px-Sarat_Chandra_Chattopadhyay.jpg&w=640&q=50)
শৰৎচন্দ্ৰ চট্টোপাধ্যায়
বঙালী সাহিত্যিক / From Wikipedia, the free encyclopedia
শৰৎচন্দ্ৰ চট্টোপাধ্যায় (১৫ ছেপ্টেম্বৰ, ১৮৭৬ – ১৬ জানুৱাৰী, ১৯৩৮) এজন বিখ্যাত বঙালী সাহিত্যিক। তেওঁৰ সাহিত্যকৰ্মৰ কাৰণে তেওঁক 'অপৰাজেয় কথাশিল্পী' আৰু 'সাহিত্য সম্ৰাট' প্ৰভৃতি নামেৰে জনাজাত। দেৱদাস আৰু শ্ৰীকান্ত তেওঁৰ উল্লেখযোগ্য ৰচনা। তেওঁৰ উপন্যাস আৰু চুটিগল্পসমুহত এক নতুনত্বৰ আমেজ পোৱা যায়। অনীলা দেৱী[1] ছদ্মনামেৰে তেওঁ সাহিত্যচৰ্চা কৰিছিল।
ক্ষিপ্ৰ তথ্য শৰৎচন্দ্ৰ চট্টোপাধ্যায়, জন্ম ...
শৰৎচন্দ্ৰ চট্টোপাধ্যায় | |
---|---|
![]() শৰৎচন্দ্ৰ চট্টোপাধ্যায় | |
জন্ম | ১৫ ছেপ্টেম্বৰ, ১৮৭৬ দেৱানন্দপুৰ, হুগলী জিলা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৬ জানুৱাৰী, ১৯৩৮ (৬১ বছৰ) কলকাতা, বেংগল প্ৰেচিডেন্সি , ব্ৰিটিছ ভাৰত |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ ভাৰতীয় |
বংশদ্ভূত | বঙালী |
নাগৰিকত্ব | ব্ৰিটিছ ভাৰতীয় |
পেচা | লেখক |
প্ৰভাৱ | ৰবীন্দ্ৰনাথ ঠাকুৰ |
দাম্পত্যসঙ্গী | শান্তী দেৱী, হিৰন্ময়ী দেৱী |
পিতৃ-মাতৃ | মতিলাল চট্টোপাধ্যায় ভুৱনমোহিনী দেৱী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | জগত্তাৰিণী পদক (কলিকতা বিশ্ববিদ্যালয়) |
ৱেবছাইট | |
শৰৎ ৰচনাৱলীৰ চৰকাৰী ৱেবচাইট |
বন্ধ কৰক