শ্ৰেণী (জীৱবিদ্যা)From Wikipedia, the free encyclopedia জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (লেটিন: classis ) হৈছে, ৰাজ্য, পৰ্ব , বৰ্গ , পৰিয়াল, গণ , আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে। জীৱজগতৰ বৰ্গীকৰণ তালিকা/ শ্ৰেণী, পৰ্ব আৰু বৰ্গৰ মাজত অৱস্থান কৰে।
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (লেটিন: classis ) হৈছে, ৰাজ্য, পৰ্ব , বৰ্গ , পৰিয়াল, গণ , আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে। জীৱজগতৰ বৰ্গীকৰণ তালিকা/ শ্ৰেণী, পৰ্ব আৰু বৰ্গৰ মাজত অৱস্থান কৰে।