শ্ৰেণী:জ্যোতিৰ্বিজ্ঞান
ৱিকিমিডিয়াৰ শ্ৰেণী / From Wikipedia, the free encyclopedia
জ্যোতিৰ্বিজ্ঞান (astronomy) মহাবিশ্বৰ ভ্ৰাম্যমান জ্যোতিষ্কবোৰৰ বিষয়ে বিজ্ঞান। এই বিজ্ঞান জ্যোতিষশাস্ত্ৰ (astrology) নহয়। জ্যোতিৰ্বিজ্ঞান বিশেষজ্ঞসকলক জ্যোতিৰ্বিজ্ঞানী (astronomer), আৰু জ্যোতিষশাস্ত্ৰ বিশাৰদসকলক জ্যোতিষী (astrologer) বোলা হয়|
এই শ্ৰেণীৰ প্ৰধান প্ৰবন্ধ হৈছে জ্যোতিৰ্বিজ্ঞান