শ্বেতা বাসু প্ৰসাদ
From Wikipedia, the free encyclopedia
শ্বেতা বাসু প্ৰসাদ (ইংৰাজী: Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।
ক্ষিপ্ৰ তথ্য শ্বেতা বাসু প্ৰসাদ, জন্ম ...
শ্বেতা বাসু প্ৰসাদ | |
---|---|
জন্ম | ১১ জানুৱাৰী, ১৯৯১ (৩৩ বছৰ) জামশ্বেদপুৰ, বিহাৰ, ভাৰত (বৰ্তমান ঝাৰখণ্ডত) |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০২ – বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | ৰোহিত মিট্টাল (বি. ২০১৮; বিবি. ২০১৯)[1] |
বন্ধ কৰক