শ্বিণ্ট'
From Wikipedia, the free encyclopedia
শ্বিণ্ট' (জাপানী: 神道) এটি জাপানী ধৰ্ম। গৱেষকে এই ধৰ্মক পূব এছিয়াৰ ধৰ্মসমূহৰ মাজত স্থান দিয়ে।[1] শ্বিণ্ট' ধৰ্মী লোকে সাধাৰণতে এই ধৰ্মক জাপানৰ আদিবাসী ধৰ্ম জ্ঞান কৰে। ই এক প্ৰকৃতিবাদী ধৰ্ম। এই ধৰ্মৰ কোনো কেন্দ্ৰীয় প্ৰশাসক নাই, আৰু শ্বিণ্ট' বিশ্বাসীৰ মাজত ভিন ভিন ধৰণৰ ৰীতি-নীতি দেখা যায়।