![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Ludo-1.jpg/640px-Ludo-1.jpg&w=640&q=50)
লুডু
From Wikipedia, the free encyclopedia
লুডু (ইংৰাজী: Ludo) হৈছে দুজনৰ পৰা চাৰিজন[lower-alpha 1] খেলুৱৈৰ দ্বাৰা খেলিব পৰা এটা কৌশল যুক্ত ব'ৰ্ড গেম, য'ত খেলুৱৈসকলে এটা ডাই বা লুডু গুটিৰ ফলাফল অনুসৰি খেলৰ নিয়মমতে আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ ভাগৰ চাৰিটা একেৰঙৰ গুটিৰ চলাচল কৰাই। অন্যান্য ক্ৰছ আৰু চাৰ্কল খেলৰ দৰে লুডু ভাৰতীয় খেল পাশাৰ পৰা উদ্ভৱ হৈছে।[1] এই খেল আৰু ইয়াৰ ভিন্নতা বহু দেশত আৰু বিভিন্ন নামেৰে জনপ্ৰিয়।