লুইপাদ
এগৰাকী মহাসিদ্ধ আৰু চৰ্যাপদৰ ৰচক / From Wikipedia, the free encyclopedia
লুইপাদ বা লুইপা (ইংৰাজী: Luipa, দশম শতিকা) বৌদ্ধ ধৰ্মৰ এগৰাকী মহাসিদ্ধ কবি আৰু বৌদ্ধ ধৰ্ম গ্ৰন্থৰ ৰচক। দশম শতিকাৰ পূব ভাৰতৰ সিদ্ধাচাৰ্য লুইপাদে চৰ্যাপদ ৰচনা কৰিছিল।
ক্ষিপ্ৰ তথ্য লুইপাদ, অন্য নাম ...
লুইপাদ | |
---|---|
অন্য নাম | লুইপা, লৌহিত্যপাদ |
পেচা | সাহিত্যিক |
জনা যায় | চৰ্যাপদ |
বন্ধ কৰক