From Wikipedia, the free encyclopedia
লিহিৰি কপৌ | |
---|---|
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Aerides |
প্ৰজাতি: | A. multiflora |
দ্বৈৰাশিক নামকৰণ | |
Aerides multiflora Roxb. (1820) | |
সমাৰ্থক | |
|
লিহিৰি কপৌ (ইংৰাজী: Aerides multiflora) দক্ষিণ-পূব এছিয়া, ক'ৰ'মেণ্ডেল উপকূল আৰু বাংলাদেশৰ স্থানীয় এবিধ অৰ্কিড প্ৰজাতি।[1] অসমতো এইবিধ অৰ্কিড প্ৰাকৃতিকভাৱে পোৱা যায়।
১৮২০ চনত উইলিয়াম ৰক্সবাৰ্গে Aerides multiflora ৰ বৰ্ণনা প্ৰকাশ কৰে।[2] ১৮৮২ চনত জোআও বাৰ্বোছা ৰড্ৰিগেছে Epidendrum geniculatum নামেৰে এবিধ ভিন্ন উদ্ভিদৰ বৰ্ণনা প্ৰকাশ কৰে।[3] ইয়াৰ আঠ বছৰৰ পাছত ১৮৯০ চনত জোচেফ ডালটন হুকাৰে বৰ্তমান Aerides multiflora Roxb. নামেৰে স্বীকৃতি পোৱা অৰ্কিডৰ বৰ্ণনা প্ৰকাশ কৰে। তেওঁ ইয়াৰ নাম ৰাখে Epidendrum geniculatum।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.