আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ From Wikipedia, the free encyclopedia
লিঅ'নেল আন্দ্ৰেছ মেছি (Lionel Andrés "Leo" Messi; স্পেনিছ উচ্চাৰণ: [ljoˈnel anˈdɾes ˈmesi] ( শুনক)) (জন্ম ২৪ জুন, ১৯৮৭) ফ্ৰেঞ্চ ফুটবল ক্লাব পেৰিছ ছেইণ্ট জাৰমেইন আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ৰাইট ৱিংগাৰ হিচাপে খেলা এজন আৰ্জেণ্টিনাৰ পেছাদাৰী ফুটবল খেলুৱৈ।
২০১৮ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ হকে খেলি থকা মুহূৰ্তত মেছি | |||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | লিঅ'নেল আন্দ্ৰেছ মেছি[1] | ||||||||||||||||||||||||||||||||
জন্ম | ২৪ জুন, ১৯৮৭ (৩৭ বছৰ)[1] | ||||||||||||||||||||||||||||||||
জন্মস্থান | ৰ'জাৰিঅ', আৰ্জেণ্টিনা[1] | ||||||||||||||||||||||||||||||||
উচ্চতা | ৫ ফুট ৭ ইঞ্চ[1] | ||||||||||||||||||||||||||||||||
খেলা স্থান | ৰাইট ৱিংগাৰ | ||||||||||||||||||||||||||||||||
ক্লাবৰ তথ্য | |||||||||||||||||||||||||||||||||
বৰ্তমানৰ ক্লাব | পেৰিছ ছেইণ্ট জাৰমেইন | ||||||||||||||||||||||||||||||||
সংখ্যা | ৩০ | ||||||||||||||||||||||||||||||||
যুৱ কেৰিয়াৰ | |||||||||||||||||||||||||||||||||
1995–2000 | নিউৱেলছ অ'ল্ড বয়েজ | ||||||||||||||||||||||||||||||||
2000–2003 | বাৰ্চিলোনা | ||||||||||||||||||||||||||||||||
চিনিয়'ৰ কেৰিয়াৰ* | |||||||||||||||||||||||||||||||||
বৰ্ষ | দল | অংশগ্ৰহণ† | (গ'ল)† | ||||||||||||||||||||||||||||||
2003–2004 | বাৰ্চিলোনা C | ১০ | (৫) | ||||||||||||||||||||||||||||||
2004–2005 | বাৰ্চিলোনা B | ২২ | (৬) | ||||||||||||||||||||||||||||||
2004–2021 | বাৰ্চিলোনা | ৭৭৮ | (৬৭২) | ||||||||||||||||||||||||||||||
2021– | পেৰিছ ছেইণ্ট জাৰমেইন | ৩৯ | (১৩) | ||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয় দল‡ | |||||||||||||||||||||||||||||||||
2004–2005 | আৰ্জেণ্টিনা U20 | ১৮ | (১৪) | ||||||||||||||||||||||||||||||
2007–2008 | আৰ্জেণ্টিনা U23 | ৫ | (২) | ||||||||||||||||||||||||||||||
2005– | আৰ্জেণ্টিনা | ১৭২ | (৯৮) | ||||||||||||||||||||||||||||||
সন্মান
| |||||||||||||||||||||||||||||||||
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে আৰু এই তাৰিখলৈকে শুদ্ধ 01:38, 17 May 2014 (UTC)। 01:00, 15 June 2014 (UTC) |
তেওঁ ২১ বছৰ বয়সত বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছৰ বছৰতে (২০০৯ চন) তেওঁ প্ৰথমটো বেলন ডিঅ'ৰ আৰু ফিফা বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে। ২০১০ চনত তেওঁ ফিফা বেলন ডিঅ'ৰ লাভ কৰে আৰু ২০১১ আৰু ২০১২ চনত পুনৰ সেই খিতাপৰ অধিকাৰী হয়। তেওঁ ২০১০-২০১১ চনত ইউৰোপৰ শ্ৰেষ্ঠ খেলুৱৈৰ উৱেফা বঁটাও লাভ কৰিছিল। মাত্ৰ ২৪ বছৰ বয়সত তেওঁ সকলোবোৰ আনুষ্ঠানিক প্ৰতিযোগিতা ধৰি বাৰ্চিলোনাৰ সৰ্বোচ্চ স্ক'ৰাৰ হৈ পৰে। লা লিগাত ২০০টা গ'ল কৰা কনিষ্ঠ খেলুৱৈও মেছিয়েই।
বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু কিছুমানে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে গণ্য কৰা[2][3][4][5][6][7] মেছি সাতবাৰ ফিফা/বেলন ডিঅ'ৰ বঁটা আৰু তিনিবাৰ ইউৰোপীয়ান গ'ল্ডেন শ্বু বঁটা জয় কৰা ইতিহাসৰ একমাত্ৰ খেলুৱৈ। বাৰ্চিলোনাৰ হৈ মেছিয়ে ছবাৰ লীগ খিতাপ, দুবাৰ ক'পা ডেল ৰে', পাঁচবাৰ চুপাৰক'পা, তিনিবাৰ উৱেফা চেম্পিয়ন্ছ লীগ, দুবাৰ উৱেফা চুপাৰ কাপ আৰু দুবাৰ ফিফা ক্লাব বিশ্বকাপ লাভ কৰিছে।
একাধাৰে চাৰিখন উৱেফা চেম্পিয়ন্ছ লীগত অধিকতম সাফল্য অৰ্জন কৰা মেছি হৈছে প্ৰথম আৰু একমাত্ৰ খেলুৱৈ, আৰু লগতে প্ৰতিযোগিতাখনত অধিকতম হেট্ট্ৰিক অৰ্জন(৪) কৰাৰ ৰেকৰ্ডো মেছিৰ নামতে আছে। ২০১২ চনৰ মাৰ্চ মাহত মেছিয়ে চেম্পিয়নছ লীগৰ এখন খেলতে প্ৰথম খেলুৱৈ হিচাপে পাঁচটা গ'ল কৰি নতুন ইতিহাস ৰচে। তেওঁ চেম্পিয়ন্ছ লীগৰ একেটা চীজনত জ'ছে আলটাফিনিৰ ১৪টা গ'লৰ ৰেকৰ্ডৰ লগতো সমতা স্থাপন কৰে যিটো পিছলৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড'ই ভংগ কৰে। মেছিয়ে ২০১১-১২ সময়ছোৱাত ৭৩টা গ'লেৰে নতুন ইউৰোপীয়ান ৰেকৰ্ড গঢ়ে। সেই চিজনত তেওঁ ৫০টা গ'লেৰে লা লীগাৰ এটা চিজনত অৰ্জন কৰা গ'লসাফল্যৰ ৰেকৰ্ড স্থাপন কৰে। তদুপৰি একেটা চিজনতে ছখন ভিন্ন আনুষ্ঠানিক প্ৰতিযোগিতাত সাফল্য অৰ্জনৰ লগতে সহায়কৰ ভূমিকা পালন কৰা মেছিক প্ৰথমজন খেলুৱৈ হিচাপে বিবেচনা কৰা হয়। ১৬ ফেব্ৰুৱাৰী, ২০১৩ৰ দিনা মেছিয়ে বাৰ্চিলোনাৰ হকে ৩০০তম গ'লটো দিয়ে। ৩০ মাৰ্চ, ২০১৩ৰ দিনা ব্যৱসায়িক ফুটবল লীগত ধাৰাবাহিকভাৱে প্ৰতিটো টীমৰ বিৰূদ্ধে গ'ল দিয়া প্ৰথমজন খেলুৱৈ হিচাপে লা লীগাৰ ১৯তম চিজনত একেৰাহে গ'লসাফল্য অৰ্জন কৰে। তেওঁ পিছত এই ৰেকৰ্ড ২১টা লৈ বৃদ্ধি কৰে, আৰু তেওঁৰ উৰুৰ আঘাতৰ বাবে এই অভিলেখ ২১টাতে থমকি ৰ'ব লগা হয়। ২০১৪ চনৰ মাৰ্চ মাহত ৰিয়েল মাদ্ৰিদ (Real Madrid)ৰ বিৰূদ্ধে হেট্ট্ৰিক কৰি সৰ্বোচ্চ গ'ল আৰু হেট্ট্ৰিকৰ সৈতে এল ক্লাচিক' (El Clásico)ৰ ইতিহাসৰ প্ৰথমজন খেলুৱৈ হৈ পৰে।
মেছিয়ে সৰ্বোকৃষ্ট খেলুৱৈ আৰু সৰ্বোচ্চ গ'লদাতা (৬টা গ'লৰ সৈতে) হিচাপে সমাপ্তি ঘটাই আৰ্জেণ্টিনা(Argentina)ক ২০০৫ চনৰ ২০ বছৰ অনূৰ্ধ্ব বিশ্বকাপ(২০০৫ FIFA U-২০ World Cup) জিকাত সহায় কৰে। (২০০৬)চনত তেওঁ আৰ্জেণ্টিনাৰ হকে ফিফা বিশ্বকাপ খেলা(FIFA World Cup)ৰ লগতে গ'ল দি কনিষ্ঠতম আৰ্জেণ্টাইন খেলুৱৈ হৈ পৰে, আৰু ইয়াৰ লগতে ২০০৭চনত ক'পা আমেৰিকা(Copa América)ত সৰ্বোচ্চ কনিষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ৰানাৰ্চ আপ মেডেলো জয় কৰে। ২০০৮ চনত তেখেতে আৰ্জেণ্টিনা অলিম্পিক ফুটবল দল (Argentina Olympic football team)ৰ সৈতে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সন্মান হিচাপে অলিম্পিক স্বৰ্ণ মেডেল (Olympic Gold Medal) জয় কৰে। স্পৰ্টছ প্ৰ' (SportsPro)এ তেওঁক আটাইতকৈ ব্যৱসায়যোগ্য খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান দিছে। তেওঁৰ ভংগী আৰু যশে তেখেতক ডিয়েগ' মাৰাড'না (Diego Maradona)ৰ সৈতে তুলনা কৰাবলৈ বাধ্য কৰাইছে, আৰু তেওঁ নিজেই মেছিক তেখেতৰ উত্তৰাধিকাৰী (successor) বুলি স্বীকৃতি দিছে।[8]
ক্লাব | Season | লীগ | National cup[টোকা 1] | Europe[টোকা 2] | Other | মুঠ | ||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|
Division | Apps | Goals | Apps | Goals | Apps | Goals | Apps | Goals | Apps | Goals | ||
বাৰ্চিলোনা চি | 2003–04[9] | Tercera División | ১০ | ৫ | — | — | — | ১০ | ৫ | |||
বাৰ্চিলোনা বি | ২০০৩–০৪[10] | Segunda División B | ৫ | ০ | — | — | — | ৫ | ০ | |||
২০০৪–০৫[11] | Segunda División B | ১৭ | ৬ | — | — | — | ১৭ | ৬ | ||||
Total | ২২ | ৬ | — | — | — | ২২ | ৬ | |||||
বাৰ্চিলোনা | ২০০৪–০৫[11] | লা লিগা | ৭ | ১ | ১ | ০ | ১ | ০ | — | ৯ | ১ | |
২০০৫–০৬[12] | লা লিগা | ১৭ | ৬ | ২ | ১ | ৬ | ১ | ০ | ০ | ২৫ | ৮ | |
২০০৬–০৭[13] | লা লিগা | ২৬ | ১৪ | ২ | ২ | ৫ | ১ | ৩[টোকা 3] | ০ | ৩৬ | ১৭ | |
২০০৭–০৮[14] | লা লিগা | ২৮ | ১০ | ৩ | ০ | ৯ | ৬ | — | ৪০ | ১৬ | ||
২০০৮–০৯[15] | লা লিগা | ৩১ | ২৩ | ৮ | ৬ | ১২ | ৯ | — | ৫১ | ৩৮ | ||
২০০৯–১০[16] | লা লিগা | ৩৫ | ৩৪ | ৩ | ১ | ১১ | ৮ | ৪[টোকা 4] | ৪ | ৫৩ | ৪৭ | |
২০১০–১১[17] | লা লিগা | ৩৩ | ৩১ | ৭ | ৭ | ১৩ | ১২ | ২[টোকা 5] | ৩ | ৫৫ | ৫৩ | |
২০১১–১২[18] | লা লিগা | ৩৭ | ৫০ | ৭ | ৩ | ১১ | ১৪ | ৫[টোকা 6] | ৬ | ৬০ | ৭৩ | |
২০১২–১৩[19] | লা লিগা | ৩২ | ৪৬ | ৫ | ৪ | ১১ | ৮ | ২[টোকা 5] | ২ | ৫০ | ৬০ | |
২০১৩–১৪[20] | লা লিগা | ৩১ | ২৮ | ৬ | ৫ | ৭ | ৮ | ২[টোকা 5] | ০ | ৪৬ | ৪১ | |
২০১৪–১৫[21] | লা লিগা | ৩৮ | ৪৩ | ৬ | ৫ | ১৩ | ১০ | — | ৫৭ | ৫৮ | ||
২০১৫–১৬[22] | লা লিগা | ৩৩ | ২৬ | ৫ | ৫ | ৭ | ৬ | ৪[টোকা 7] | ৪ | ৪৯ | ৪১ | |
২০১৬–১৭[23] | লা লিগা | ৩৪ | ৩৭ | ৭ | ৫ | ৯ | ১১ | ২[টোকা 5] | ১ | ৫২ | ৫৪ | |
২০১৭–১৮[24] | লা লিগা | ৩৬ | ৩৪ | ৬ | ৪ | ১০ | ৬ | ২[টোকা 5] | ১ | ৫৪ | ৪৫ | |
২০১৮–১৯[25] | লা লিগা | ৩৪ | ৩৬ | ৫ | ৩ | ১০ | ১২ | ১[টোকা 5] | ০ | ৫০ | ৫১ | |
২০১৯–২০[26] | লা লিগা | ৩৩ | ২৫ | ২ | ২ | ৮ | ৩ | ১[টোকা 5] | ১ | ৪৪ | ৩১ | |
২০২০–২১[27] | লা লিগা | ৩৫ | ৩০ | ৫ | ৩ | ৬ | ৫ | ১[টোকা 5] | ০ | ৪৭ | ৩৮ | |
Total | ৫২০ | ৪৭৪ | ৮০ | ৫৬ | ১৪৯ | ১২০ | ২৯ | ২২ | ৭৭৮ | ৬৭২ | ||
Paris Saint-Germain | ২০২১–২২[28] | লীগ ১ | ২৬ | ৬ | ১ | ০ | ৭ | ৫ | — | ৩৪ | ১১ | |
২০২২–২৩[29] | লীগ ১ | ১৩ | ৭ | ০ | ০ | ৫ | ৪ | ১[টোকা 8] | ১ | ১৯ | ১২ | |
Total | ৩৯ | ১৩ | ১ | ০ | ১২ | ৯ | ১ | ১ | ৫৩ | ২৩ | ||
Career total | ৫৯১ | ৪৯৮ | ৮১ | ৫৬ | ১৬১ | ১২৯ | ৩০ | ২৩ | ৮৬৩ | ৭০৬ |
দল | বৰ্ষ | Competitive | Friendly | Total | |||
---|---|---|---|---|---|---|---|
Apps | Goals | Apps | Goals | Apps | Goals | ||
আৰ্জেণ্টিনাU২০[30][31] | ২০০৪ | — | ২ | ৩ | ২ | ৩ | |
২০০৫ | ১৬[টোকা 9] | ১১ | — | ১৬ | ১১ | ||
Total | ১৬ | ১১ | ২ | ৩ | ১৮ | ১৪ | |
আৰ্জেণ্টিনাU২৩[32] | ২০০৮ | ৫[টোকা 10] | ২ | — | ৫সাঁচ:Efn-lg | ২ | |
Total | ৫ | ২ | ০ | ০ | ৫ | ২ | |
Argentina[33][34] | ২০০৫ | ৩[টোকা 11] | ০ | ২ | ০ | ৫ | ০ |
২০০৬ | ৩[টোকা 12] | ১ | ৪ | ১ | ৭ | ২ | |
২০০৭ | ১০[টোকা 13] | ৪ | ৪ | ২ | ১৪ | ৬ | |
২০০৮ | ৬[টোকা 11] | ১ | ২ | ১ | ৮ | ২ | |
২০০৯ | ৮[টোকা 11] | ১ | ২ | ২ | ১০ | ৩ | |
২০১০ | ৫[টোকা 12] | ০ | ৫ | ২ | ১০ | ২ | |
২০১১ | ৮[টোকা 14] | ২ | ৫ | ২ | ১৩ | ৪ | |
২০১২ | ৫[টোকা 11] | ৫ | ৪ | ৭ | ৯ | ১২ | |
২০১৩ | ৫[টোকা 11] | ৩ | ২ | ৩ | ৭ | ৬ | |
২০১৪ | ৭[টোকা 12] | ৪ | ৭ | ৪ | ১৪ | ৮ | |
২০১৫ | ৬[টোকা 15] | ১ | ২ | ৩ | ৮ | ৪ | |
২০১৬ | ১০[টোকা 16] | ৮ | ১ | ০ | ১১ | ৮ | |
২০১৭ | ৫[টোকা 11] | ৪ | ২ | ০ | ৭ | ৪ | |
২০১৮ | ৪[টোকা 12] | ১ | ১ | ৩ | ৫ | ৪ | |
২০১৯ | ৬[টোকা 15] | ১ | ৪ | ৪ | ১০ | ৫ | |
২০২০ | ৪[টোকা 11] | ১ | ০ | ০ | ৪ | ১ | |
২০২১ | ১৬[টোকা 17] | ৯ | ০ | ০ | ১৬ | ৯ | |
২০২২ | ১০[টোকা 18] | ৮ | ৪ | ১০ | ১৪ | ১৮ | |
Total | ১২১ | ৫৪ | ৫১ | ৪৪ | ১৭২ | ৯৮ | |
Career total | ১৪২ | ৬৭ | ৫৩ | ৪৭ | ১৯৫ | ১১৪ |
Goal | Date | Venue | Opponent | Score | Result | Competition |
---|---|---|---|---|---|---|
১ | ১ March ২০০৬ | St. Jakob-Park, Basel, Switzerland | ক্ৰয়েছিয়া | ২–১ | ২–৩ | Friendly |
২ | ১৬ June ২০০৬ | WM-Stadion Gelsenkirchen, Gelsenkirchen, Germany | ছাৰ্বিয়া আৰু মণ্টেনিগ্ৰো | ৬–০ | ৬–০ | ২০০৬ FIFA World Cup |
৩ | ৫ June ২০০৭ | Camp Nou, Barcelona, Spain | আলজেৰিয়া | ২–২ | ৪–৩ | Friendly |
৪ | ৪–২ | |||||
৫ | ৮ July ২০০৭ | Metropolitano de Fútbol de Lara, Barquisimeto, Venezuela | পেৰু | ২–০ | ৪–০ | ২০০৭ Copa América |
৬ | ১১ July ২০০৭ | Polideportivo Cachamay, Puerto Ordaz, Venezuela | মেক্সিকো | ২–০ | ৩–০ | |
৭ | ১৬ October ২০০৭ | José Pachencho Romero, Maracaibo, Venezuela | ভেনিজুৱেলা | ২–০ | ২–০ | ২০১০ FIFA World Cup qualification |
৮ | ২০ November ২০০৭ | Estadio El Campín, Bogotá, Colombia | কলম্বিয়া | ১–০ | ১–২ | |
৯ | ৪ June ২০০৮ | Qualcomm Stadium, San Diego, United States | মেক্সিকো | ২–০ | ৪–১ | Friendly |
১০ | ১১ October ২০০৮ | Estadio Monumental, Buenos Aires, Argentina | উৰুগুৱে | ১–০ | ২–১ | ২০১০ FIFA World Cup qualification |
১১ | ১১ February ২০০৯ | Stade Vélodrome, Marseille, France | ফ্ৰান্স | ২–০ | ২–০ | Friendly |
১২ | ২৮ March ২০০৯ | Estadio Monumental, Buenos Aires, Argentina | ভেনিজুৱেলা | ১–০ | ৪–০ | ২০১০ FIFA World Cup qualification |
১৩ | ১৪ November ২০০৯ | Vicente Calderón Stadium, Madrid, Spain | স্পেইন | ১–১ | ১–২ | Friendly |
১৪ | ৭ September ২০১০ | Estadio Monumental, Buenos Aires, Argentina | স্পেইন | ১–০ | ৪–১ | |
১৫ | ১৭ November ২০১০ | Khalifa International Stadium, Doha, Qatar | ব্ৰাজিল | ১–০ | ১–০ | |
১৬ | ৯ February ২০১১ | Stade de Genève, Geneva, Switzerland | পৰ্তুগাল | ২–১ | ২–১ | |
১৭ | ২০ June ২০১১ | Estadio Monumental, Buenos Aires, Argentina | আলবেনিয়া | ২–০ | ৪–০ | |
১৮ | ৭ October ২০১১ | চিলি | ২–০ | ৪–১ | ২০১৪ FIFA World Cup qualification | |
১৯ | ১৫ November ২০১১ | Estadio Metropolitano Roberto Meléndez, Barranquilla, Colombia | কলম্বিয়া | ১–১ | ২–১ | |
২০ | ২৯ February ২০১২ | Stade de Suisse Wankdorf, Bern, Switzerland | ছুইজাৰলেণ্ড | ১–০ | ৩–১ | Friendly |
২১ | ২–১ | |||||
২২ | ৩–১ | |||||
২৩ | ২ June ২০১২ | Estadio Monumental, Buenos Aires, Argentina | ইকুৱেডৰ | ৩–০ | ৪–০ | ২০১৪ FIFA World Cup qualification |
২৪ | ৯ June ২০১২ | MetLife Stadium, East Rutherford, United States | ব্ৰাজিল | ১–১ | ৪–৩ | Friendly |
২৫ | ২–১ | |||||
২৬ | ৪–৩ | |||||
২৭ | ১৫ August ২০১২ | Commerzbank-Arena, Frankfurt, Germany | জাৰ্মানী | ২–০ | ৩–১ | |
২৮ | ৭ September ২০১২ | Estadio Mario Alberto Kempes, Córdoba, Argentina | পাৰাগুৱে | ৩–১ | ৩–১ | ২০১৪ FIFA World Cup qualification |
২৯ | ১২ October ২০১২ | Estadio Malvinas Argentinas, Mendoza, Argentina | উৰুগুৱে | ১–০ | ৩–০ | |
৩০ | ৩–০ | |||||
৩১ | ১৬ October ২০১২ | Estadio Nacional, Santiago, Chile | চিলি | ১–০ | ২–১ | |
৩২ | ২২ March ২০১৩ | Estadio Monumental, Buenos Aires, Argentina | ভেনিজুৱেলা | ২–০ | ৩–০ | |
৩৩ | ১৪ June ২০১৩ | Estadio Mateo Flores, Guatemala City, Guatemala | গুৱেটমালা | ১–০ | ৪–০ | Friendly |
৩৪ | ৩–০ | |||||
৩৫ | ৪–০ | |||||
৩৬ | ১০ September ২০১৩ | Estadio Defensores del Chaco, Asunción, Paraguay | পাৰাগুৱে | ১–০ | ৫–২ | ২০১৪ FIFA World Cup qualification |
৩৭ | ৪–১ | |||||
৩৮ | ৭ June ২০১৪ | Estadio Ciudad de La Plata, La Plata, Argentina | শ্ল’ভেনিয়া | ২–০ | ২–০ | Friendly |
৩৯ | ১৫ June ২০১৪ | Estádio do Maracanã, Rio de Janeiro, Brazil | বচনিয়া আৰু হাৰজেগ’ভিনা | ২–০ | ২–১ | ২০১৪ FIFA World Cup |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.