লিংগ অনুপাত অনুসৰি দেশৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
জনসংখ্যা অনুসৰি প্ৰতিগৰাকী মহিলাৰ বিপৰীতে পুৰুষৰ সংখ্যাই হ'ল মানুহৰ লিংগ অনুপাত। বিভিন্ন দেশৰ লিংগ অনুপাতৰ তালিকা এখন তলত দিয়া হৈছে।
পুৰুষতকৈ মহিলা বেছি থকা দেশ
পুৰুষ আৰু মহিলা সমানে থকা দেশ
মহিলাতকৈ পুৰুষ বেছি থকা দেশ
তথ্য নাই |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c6/Sex_ratio_total_population_per_country_smooth.png/640px-Sex_ratio_total_population_per_country_smooth.png)
নীলা= বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ গড় লিংগ অনুপাত= ১.০১)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b2/Sex_ratio_below_15_per_country_smooth.png/640px-Sex_ratio_below_15_per_country_smooth.png)
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ১৫ বছৰৰ অনূৰ্ধ্ব জনসংখ্যাৰ গড় লিংগ অনুপাত=১.০৬)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/90/Sex_ratio_over_65_per_country_smooth.png/640px-Sex_ratio_over_65_per_country_smooth.png)
নীলা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি মহিলা।
ৰঙা=বিশ্বৰ গড় লিংগ অনুপাততকৈ বেছি পুৰুষ।
(বিশ্বৰ ৬৫ বছৰৰ উৰ্দ্ধ জনসংখ্যাৰ গড় লিংগ অনুপাত=০.৭৯)