![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/Sex_GLBT_olympics.svg/langas-640px-Sex_GLBT_olympics.svg.png&w=640&q=50)
লিংগভিত্তিক অধ্যয়ন
লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ / From Wikipedia, the free encyclopedia
লিংগভিত্তিক অধ্যয়ন (ইংৰাজী: Gender studies) লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন।[1] কেতিয়াবা লিংগ অধ্যয়ন যৌনতা অধ্যয়নেৰ সৈতে একত্ৰ কৰা হয়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/Sex_GLBT_olympics.svg/640px-Sex_GLBT_olympics.svg.png)
এই শাখাসমূহ সাহিত্য, ভাষা, ভূগোল, ইতিহাস, ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান, নৃতত্ত্ব, বোলছবি, মিডিয়া, মানৱ উন্নয়ন, আইন, জনস্বাস্থ্য তথা চিকিৎসা ক্ষেত্ৰত লিংগ আৰু যৌনতাক অধ্যয়ন কৰে।[2][3] ই জাতি, অৱস্থান, শ্ৰেণি, জাতীয়তা আৰু অক্ষমতা ইত্যাদি বোৰে লিংগ তথা যৌনতাৰ বিভাগ সমূহৰ সৈতে কিদৰে সংযোগ স্থাপন কৰে সেইবিষয়ে বিশ্লেষণ কৰে।[4][5] লিংগ অধ্যয়ন লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুৱেৰ অধ্যয়ন[1]। কেতিয়াবা লিংগ অধ্যয়ন যৌনতা অধ্যয়নেৰ সৈতে একত্ৰ কৰা হয়।
এই শাখাসমূহ সাহিত্য, ভাষা, ভূগোল, ইতিহাস, ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান, নৃতত্ত্ব, বোলছবি, মিডিয়া, মানৱ উন্নয়ন, আইন, জনস্বাস্থ্য তথা চিকিৎসা ক্ষেত্ৰত লিংগ আৰু যৌনতাক অধ্যয়ন কৰে।[6][3] ই জাতি, অৱস্থান, শ্ৰেণি, জাতীয়তা আৰু অক্ষমতা ইত্যাদি বোৰে লিংগ তথা যৌনতাৰ বিভাগ সমূহৰ সৈতে কিদৰে সংযোগ স্থাপন কৰে সেইবিষয়ে বিশ্লেষণ কৰে।[4][5]