লাভলি প্ৰফেচনেল ইউনিভাৰচিটি
From Wikipedia, the free encyclopedia
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (ইংৰাজী: Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ ২(এফ) ১৯৫৬ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত। ইয়াত ল'ৰা আৰু ছোৱালীৰ ববে পৃথক আবাসনৰ ব্যাৱস্থা আছে। এচি আৰু ন'ন এচিৰ ও ব্যাৱস্থা আছে। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ডক্টৰেট, স্নাতকোত্তৰ, স্নাতক আৰু ডিপ্ল'মা প্ৰ'গ্ৰামৰে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে শিক্ষা দিয়ে। লাভলি প্ৰফেচনেল বিশ্ববিদ্যালয়য়ে twinning প্ৰ'গ্ৰাম আৰু আন্তৰ্জাতিক এক্সপ'জাৰ প্ৰ'গ্ৰামৰ বাবে কেবাখনো বিদেশী বিশ্ববিদ্যালয়ৰ লগত সন্নিবদ্ধ হৈছে।
এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক। |