লাইফ অৱ পাই (চলচ্চিত্ৰ)
From Wikipedia, the free encyclopedia
লাইফ অৱ পাই (ইংৰাজী: Life of Pi) ২০১২ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান ত্ৰিমাত্ৰিক কম্পিউটাৰ এনিমেটেড ৰোমাঞ্চক চলচ্চিত্ৰ। ২০০১ চনত প্ৰকাশিত য়ান মাৰ্টেলৰ লাইফ অৱ পাই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি পৰিচালক আং লীয়ে চলচ্চিত্ৰখন নিৰ্মাণ কৰে।[3] ২০১২ চনৰ ২৮ ছেপ্টেম্বৰত ৫০ সংখ্যক নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱৰ "ৱাল্টাৰ ৰীড থিয়েটাৰ" আৰু "এলিছ টুলী হ'ল"ত চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ হৈছিল আৰু তাত উদ্বোধনী চলচ্চিত্ৰৰূপে লাইৱ অৱ পাই দেখুওৱা হৈছিল।[4]
![]() | অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য লাইফ অৱ পাই, পৰিচালক ...
লাইফ অৱ পাই | |
---|---|
![]() চলচ্চিত্ৰখনৰ পষ্টাৰ | |
পৰিচালক | আং লী |
চিত্ৰনাট্য | ডেভিড মেগী |
প্ৰযোজক | আং লী গিল নেটাৰ ডেভিদ ৱমাৰ্ক |
অভিনয়ত | সূৰুজ শৰ্মা ইৰফান খান টাবু আদিল হুছেইন ৰাফে স্পাল জিৰাৰ্ড ডেপাৰদেউ |
চিত্ৰগ্ৰহণকাৰী | ক্লডিঅ' মিৰাণ্ডা |
সম্পাদনা | টিম স্কুইৰাছ |
সংগীত পৰিচালক | মাইকেল ডান্না |
প্ৰযোজনা কোম্পানীসমূহ |
|
পৰিবেশক | ২০ ছেণ্টুৰী ফক্স |
মুক্তি |
২৮ ছেপ্টেম্বৰ ২০১২ (2012-09-28) (নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱ) ২১ নৱেম্বৰ ২০১২ (2012-11-21) (আমেৰিকা যুক্তৰাষ্ট্ৰ) |
দৈৰ্ঘ্য |
১২৭ মিনিট[1] |
দেশ | যুক্তৰাজ্য |
ভাষা | ইংৰাজী |
বাজেট | $১২০ মিলিয়ন[2] |
সৰ্বমুঠ আয় | $৬০৩,৩০৭,৮৯০[2] |
বন্ধ কৰক