![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/81/Lakshmi_Sahgal.jpg/640px-Lakshmi_Sahgal.jpg&w=640&q=50)
লক্ষ্মী সেহগল
আজাদ হিন্দ ফৌজৰ কেপ্তেইন / From Wikipedia, the free encyclopedia
লক্ষ্মী সেহগল বা লক্ষ্মী ছেহগল (ইংৰাজী: Lakshmi Sahgal, উচ্চাৰণ (সহায়·তথ্য)) (জন্মতে লক্ষ্মী স্বামীনাথন, ২৪ অক্টোবৰ ১৯১৪-২৩ জুলাই ২০১২) আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিপ্লৱী, ভাৰতীয় ৰাষ্ট্ৰীয় সেনাৰ বিষয়া আৰু আজাদ হিন্দ চৰকাৰৰ নাৰী পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী। লক্ষ্মী সেহগলক সাধাৰণতে কেপ্টেইন লক্ষ্মী বুলি কোৱা হয়, কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতেক সেইটো পদবীতে এগৰাকী বন্দী হিচাপে বাৰ্মালৈ লৈ যোৱা হৈছিল।
ক্ষিপ্ৰ তথ্য লক্ষ্মী সেহগলLakshmi Sahgal, জন্ম ...
লক্ষ্মী সেহগল Lakshmi Sahgal | |
---|---|
![]() কেপ্টেইন লক্ষ্মী | |
জন্ম | লক্ষ্মী স্বামীনাথন ২৪ অক্টোবৰ, ১৯১৪ আনাক্কাড়া (পালাকাড়), মাদ্ৰাছ প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত বৰ্তমান কেৰালাৰ অন্তৰ্গত পালাক্কাড় জিলা |
মৃত্যু | ২৩ জুলাই, ২০১২ (৯৭ বছৰ) কাণপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান |
|
জনা যায় |
|
দাম্পত্যসঙ্গী |
|
সন্তান | ২ (শুভলক্ষ্মী আলীৰ সৈতে) |
বন্ধ কৰক