লক্ষ্মী ফেঁচা
From Wikipedia, the free encyclopedia
লক্ষ্মী ফেঁচা (ইংৰাজী: Barn Owl, বৈজ্ঞানিক নাম: Tyto alba) সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰতে বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত এটা। ইয়াক দুই মেৰু আৰু মৰুভূমি অঞ্চল তথা প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়।[1] ইয়াৰ বাহ্যিক ৰূপ, মাত, বসতিস্থল তথা নীৰৱে উৰিব পৰা ক্ষমতাৰ ভিত্তিত বহুতো নামেৰে অভিহিত কৰা হয়, যেনে-White Owl, Silver Owl, Demon Owl, Ghost Owl, Death Owl, Night Owl, Rat Owl, Church Owl, Cave Owl, Stone Owl, Monkey-faced Owl, Hissing Owl, Hobgoblin or Hobby Owl, Dobby Owl, White-breasted Owl, Golden Owl, Scritch Owl, Screech Owl, Straw Owl, Barnyard Owl and Delicate Owl ইত্যাদি।[2][3]
ক্ষিপ্ৰ তথ্য লক্ষ্মী ফেঁচা, সংৰক্ষণ স্থিতি ...
লক্ষ্মী ফেঁচা | |
---|---|
British Wildlife Centre, ইংলেণ্ডত এটা লক্ষ্মী ফেঁচা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
উপশ্ৰেণী: | Neornithes |
অনুশ্ৰেণী: | Neognathae |
মহাবৰ্গ: | Neoaves |
বৰ্গ: | Strigiformes |
পৰিয়াল: | Tytonidae |
উপপৰিয়াল: | Tytoninae |
গণ: | Tyto |
প্ৰজাতি: | T. alba |
বৈজ্ঞানিক নাম | |
Tyto alba (Scopoli, 1769) | |
Global range in green | |
সমাৰ্থক | |
Strix alba Scopoli, 1769 |
বন্ধ কৰক