যৌন অভিমুখিতা
যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ / From Wikipedia, the free encyclopedia
যৌন অভিমুখিতা (ইংৰাজী: Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে। মানৱ যৌন অভ্যাস, লিংগ পৰিচয় আৰু লিংগ আকৰ্ষণ আদি শব্দসমূহ যৌন অভিমুখীতাৰ লগত জড়িত যি মনোবৈজ্ঞানিকভাৱে এগৰাকী মানুহৰ যৌন চৰিত্ৰক গঠন কৰে।