From Wikipedia, the free encyclopedia
যোগিন্দৰ সিং বেদী (ইংৰাজী: Joginder Singh Bedi) এজন ভাৰতীয় ট্ৰেক এণ্ড ফিল্ড পেৰালিম্পিক খেলুৱৈ।[1] তেওঁ ১৯৮৪ চনৰ ষ্টোক মেণ্ডেভিল গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ তিনিটা পদক জিকিছিল।[2] তেওঁ লাভ কৰা পদককেইটা হৈছে: শ্বট পুট এল৬ শ্ৰেণীত ৰূপৰ পদক, জেভলীন এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক আৰু ডিচকাচ থ্ৰ' এফ৪৬ শ্ৰেণীত ব্ৰঞ্জৰ পদক।[3]
অলিম্পিক পদক ৰেকৰ্ড | ||
---|---|---|
প্ৰতিনিধিত্ব কৰা দেশ ভাৰত | ||
পেৰালিম্পিক | ||
১৯৮৪ ষ্টোক মেণ্ডেভিল | শ্বট পুট এল৬ | |
১৯৮৪ ষ্টোক মেণ্ডেভিল | জেভলীন এফ৪৬ | |
১৯৮৪ ষ্টোক মেণ্ডেভিল | ডিচকাচ থ্ৰ' এফ৪৬ |