য়্যুং চ্যেং
From Wikipedia, the free encyclopedia
য়্যুং চ্যেং (চীনা ভাষাত:张戎, ইংৰাজী: Jung Chang জন্ম:২৫ মাৰ্চ, ১৯৫২) এগৰাকী চীনা বংশোদ্ভূত ব্ৰিটিছ লেখক যি লণ্ডনত বাস কৰে। য়্যুং চ্যেং তেওঁৰ পাৰিবাৰিক আত্মজীৱনী ৱাইল্ড চোৱানচ্ৰ বাবে সৰ্বাধিক জনাজাত, বিশ্বজুৰি কিতাপখনৰ ১০ নিযুততকৈও অধিক প্ৰতিলিপি বিক্ৰী হয়; কিন্তু চীনত এই কিতাপখন নিষিদ্ধ।
ক্ষিপ্ৰ তথ্য য়্যুং চ্যেং, জন্ম ...
য়্যুং চ্যেং | |
---|---|
![]() ২০১০ চনত য়্যুং চ্যেং | |
জন্ম | ২৫ মাৰ্চ, ১৯৫২ (৭২ বছৰ) য়িবিন, Sichuan, চীন |
পেচা | লেখক |
ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ নাগৰিক[1] |
সময় | ১৯৮৬চনৰপৰা বৰ্তমানলৈ |
ধৰণ | জীৱনী |
বিষয় | চীন |
দাম্পত্যসংগী | য়ন হেলিডে |
ৱেবছাইট | www |
বন্ধ কৰক
তেওঁৰ স্বামী আইৰিছ ইতিহাসবিদ য়ন হেলিডেৰ সৈতে লিখা তেওঁৰ ৮৩২ পৃষ্ঠাৰ জীৱনী মাও জেদং, মাও: দ্য আননউন ষ্ট’ৰি জুন ২০০৫ চনত প্ৰকাশ হৈছিল।