![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/95/2017_Women_Transforming_India_Award_to_Ms._Jamuna_Tudu_Matrukham_%2528Jharkhand%2529_%25E2%2580%2593_Maturkham%25E2%2580%2599s_Lady_Tarzan%252C_organised_by_the_NITI_Aayog%252C_in_New_Delhi_on_August_29%252C_2017_%2528cropped%2529.jpg/640px-thumbnail.jpg&w=640&q=50)
যমুনা টুডু
ভাৰতীয় পৰিৱেশ কৰ্মী / From Wikipedia, the free encyclopedia
যমুনা টুডু (ইংৰাজী: Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সালৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।[5] তেখেতে “বন সুৰক্ষা সমিতি’’ৰ প্ৰতিষ্ঠাপক৷ এই সমিতিয়ে ঝাৰখণ্ডৰ তেওঁলোকৰ গাঁৱৰ ওচৰত অবৈধভাবে গছ কটা ৰোধ কৰে।[6][7]
ক্ষিপ্ৰ তথ্য যমুনা টুডু, জন্ম ...
যমুনা টুডু | |
---|---|
![]() ২০১৭ চনত টুডু | |
জন্ম | ডিচেম্বৰ ১৯ , ১৯৮০ (৪৩ বছৰ)[1] ময়ুৰভঞ্জ, উৰিষ্যা [2] |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
অন্য নাম | লেডী টাৰ্জান |
সক্ৰিয় হৈ থকা সময় | ১৯৯৮- বৰ্তমানলৈ [3] |
জনা যায় | পৰিবেশকৰ্মী |
দাম্পত্যসঙ্গী | মানসিং টুডু (বি. ১৯৯৮)[4] |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী |
বন্ধ কৰক