From Wikipedia, the free encyclopedia
যনি (বৈজ্ঞানিক নাম: Trachyspermum ammi) হৈছে এপিয়েচি (বা উমবেললাইফে) পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন (Ajwain), আজুৱান (ajowan)[3], আজুৱান কাৰাৱে (ajowan caraway), বিছপ্ছ ৱিড (bishop's weed)[4], কাৰম (carom) আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল (প্ৰায়ে বীজ বুলি ভুল কৰা হয়) দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। "বিছপ্ছ ৱিড" নামটোৱে যনিগুটিক বুজায় যদিও ই আন কিছুমান উদ্ভিদৰো সাধাৰণ নাম। ইয়াৰ "বীজ" (অৰ্থাৎ ফল) প্ৰায়ে লভেজ (Lovage) "বীজ" ৰ সৈতে বিভ্ৰান্ত হয়। ভাৰত, ইৰাণ, ইজিপ্ত, আফগানিস্তান আদি দেশত মছলা অথবা ঔষধৰ উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।
যনি | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Tracheophytes |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Apiales |
পৰিয়াল: | Apiaceae |
গণ: | Trachyspermum |
প্ৰজাতি: | T. ammi |
বৈজ্ঞানিক নাম | |
Trachyspermum ammi (L.) Sprague ex Turrill | |
সমাৰ্থক[1][2] | |
|
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.