মৰুভূমি
From Wikipedia, the free encyclopedia
মৰুভূমি (ইংৰাজী: Desert) হ’ল এক অতি শুকান বিস্তৃত অঞ্চল বা ভূ-মণ্ডল। ইয়াত বৰষুণৰ পৰিমাণ অতি কম। ইয়াত নামমাত্ৰ হে গছ-গছনিৰে ভৰা ঠাই আছে আৰু যিখিনি আছে অতি সোনকালে শুকাই যায়, যদিহে বাহিৰৰ পৰা পানী যোগান ধৰা নহয় মৰুভূমিৰ অৰ্থ আমি এনেকেও বুজিব পাৰো, যি অঞ্চলত বহু অংশ পানী বাষ্পীভূত হৈ হেৰাই যায়, আৰু গেদীয়কৰনৰ ফলত বৰষুণ হিচাপে নামি আহে। মৰুভূমিৰ গছবোৰৰ মৰু অঞ্চলৰ অতি কম পানী থকা পৰিবেশৰ লগত খাপ খুৱাই চলিবলে কিছুমান বিশেষ গুণৰ প্ৰয়োজন। মৰুভূমিত সাধাৰণতে বছৰি ২৫০ মিলিলিটাৰতকৈও (ইঞ্চি) কম বৰষুণ হয।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |