![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/8/83/Mrinalini_Devi.jpg/640px-Mrinalini_Devi.jpg&w=640&q=50)
মৃণালিনী দেৱী
ৰবীন্দ্ৰনাথ ঠাকুৰৰ পত্নী / From Wikipedia, the free encyclopedia
মৃণালিনী দেৱী (১ মাৰ্চ ১৮৭৪[1][2] – ২৩ নৱেম্বৰ ১৯০২[3]) আছিল এগৰাকী অনুবাদক আৰু ন'বেল বঁটা বিজয়ী কবি, দাৰ্শনিক, লেখক আৰু সংগীতজ্ঞ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পত্নী। ব্ৰিটিশ ভাৰতৰ বেংগল উপনিৱেশৰ জেছৰ জিলাত তেওঁৰ জন্ম হৈছিল য'ত তেওঁৰ দেউতাকে টেগোৰ ইষ্টেটত কাম কৰিছিল।[4] ১৮৮৩ চনত, ন বা এঘাৰ বছৰ বয়সত, তেওঁ ঠাকুৰক বিয়া কৰায়।
ক্ষিপ্ৰ তথ্য মৃণালিনী দেৱী, জন্ম ...
মৃণালিনী দেৱী | |
---|---|
![]() | |
জন্ম | ভৱতাৰিণী ৰয় চৌধুৰী ১ মাৰ্চ, ১৮৭৪ দক্ষিণদিহি,জেছৰ জিলা, বেংগল উপনিবেশ, ব্ৰিটিশ ভাৰত (বৰ্তমান বাংলাদেশৰ খুলনা জিলাৰ ফুলতলা) |
মৃত্যু | ২৩ নৱেম্বৰ, ১৯০২, (২৮ বছৰ) জোৰাসাঁকো |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | ৰবীন্দ্ৰনাথ ঠাকুৰ |
বন্ধ কৰক