মুছলমান
From Wikipedia, the free encyclopedia
মুছলিম (বা মুছলমান,আৰবী:مسلم-অৰ্থঃ আত্মসমৰ্পণ,অনুগত)[1] হ'ল সেইজন লোক যিয়ে নিজৰ ইচ্ছাক আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰে। [2] কিন্তু বৰ্তমানে মুছলিম বুলিলে সাধাৰণতে ইছলাম ধৰ্মাৱলম্বীসকলকেই বুজোৱা হয়। খ্ৰীষ্টানৰ পাছতেই বিশ্বৰ দ্বিতীয় বিহৎ জনবহুল সম্প্ৰদায়টো হৈছে মুছলমান।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|