মাৰ্ক জুকাৰবাৰ্গ
From Wikipedia, the free encyclopedia
মাৰ্ক জুকাৰবাৰ্গ (ইংৰাজী: Mark Elliot Zuckerberg) এগৰাকী আমেৰিকান কম্পিউটাৰ প্ৰগ্ৰেমাৰ আৰু ইণ্টাৰনেট উদ্যামী। ইণ্টাৰনেটৰ জগতত তেওঁ ফেইচবুকক লৈ এক আলোৰণৰ সৃষ্টি কৰে। তেওঁৰ জন্ম হৈছিল ১৯৮৪ চনৰ ১৪ মে’ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক ৰাজ্যৰ হুৱাইট প্লেইনছত।[1][2] তেওঁৰ দেউতাক এডৱাৰ্ড জুকাৰবাৰ্গ এগৰাকী দন্ত্য চিকিৎসক আৰু মাক কেৰেন কেম্পনেৰ এগৰাকী মনৰোগ চিকিৎসক।[3] জুকাৰবাৰ্গ এতিয়া ফেইচবুকৰ মুখ্য কাৰ্যকাৰী (CEO)-ৰ লগতে সহ-প্ৰতিষ্ঠাপক হিচাপে আছে। ২০১৮ চনলৈকে তেওঁৰ নিজা সম্পত্তিৰ পৰিমাণ ৭২.৫ বিলিয়ন আমেৰিকান ডলাৰ বুলি অনুমাণ কৰা হৈছিল।[4][5]
এই জীৱনী বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য মাৰ্ক জুকাৰবাৰ্গ, জন্ম ...
মাৰ্ক জুকাৰবাৰ্গ | |
---|---|
২০১৪ চনত জুকাৰবাৰ্গ | |
জন্ম | মাৰ্ক এলিয়ট জুকাৰবাৰ্গ ১৪ মে', ১৯৮৪ (৩৯ বছৰ) হোৱাইট প্লেইনছ, নিউয়ৰ্ক, সংযুক্ত যুক্তৰাষ্ট্ৰ |
শিক্ষা | হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় (dropped out) |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০০৪- বৰ্তমান |
পদবী |
|
দাম্পত্যসঙ্গী | প্ৰিসিলা চান (বি. ২০১২) |
সন্তান | ৩ |
আত্মীয়-স্বজন |
|
স্বাক্ষৰ | |
ৱেবছাইট | |
facebook |
বন্ধ কৰক