মাৰাট লংৰি অভয়াৰণ্য
From Wikipedia, the free encyclopedia
মাৰাট লংৰি অভয়াৰণ্য (ইংৰাজী: Marat Longri Wildlife Sanctuary) অসমৰ কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্গত। ধনশিৰি-লাংডিং হস্তী প্ৰকল্পৰ ই এক উল্লেখযোগ্য অংশ। ডিফুৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত অৱস্থিত মৰাট লংৰি বন্যপ্ৰাণী অভয়াৰণ্য প্ৰায় ৪৫১ বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত। এই সংৰক্ষিত বনাঞ্চলখন ২০০৩ চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়।
ক্ষিপ্ৰ তথ্য মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary, অৱস্থান ...
মাৰাট লংৰি অভয়াৰণ্য (Marat Longri Wildlife Sanctuary | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | কাৰ্বি আংলং |
মাটিকালি | ৪৫১ sq. km[1] |
কৰ্তৃপক্ষ | অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ |
বন্ধ কৰক