মালয়ালম বা মলয়ালম (മലയാളം) দক্ষিণ ভাৰতৰ এটা দ্ৰাবিড় ভাষাতামিল ভাষাৰ লগত এই ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে যদিও তামিলতকৈ মালয়ালম ভাষাত সংস্কৃত ভাষাৰ প্ৰভাৱ বেছি। মালয়ালম ভাষা কোৱা মানুহ মালয়ালী নামেৰে পৰিচিত।

ক্ষিপ্ৰ তথ্য মালয়ালম, উচ্চাৰণ ...
মালয়ালম
malayāḷaṁ
മലയാളം
উচ্চাৰণ সাঁচ:IPA-ml; এই শব্দটোৰ বিষয়ে pronunciation
থলুৱা অঞ্চল ভাৰত
অঞ্চল কেৰালা with border communities in the Kanyakumari district of Tamil Nadu, Lakshadweep and Mahé (Puducherry)
জাতীয়তা Malayali
স্থানীয় ভাষিক
L1: সাঁচ:Sigfig million (2011)[1][2][3][4]
L2: সাঁচ:Sigfig[3]
ভাষা পৰিয়াল
Dravidian
  • Southern Dravidian[5]
    • Tamil–Kannada
      • Tamil–Kodagu
        • Malayalam languages
          • মালয়ালম
ভাষা সংকেত
ISO 639-3
বন্ধ কৰক

এই পৰ্য্যন্ত প্ৰাপ্ত মালয়ালম ভাষাত লিখা আদিতম ৰচনাবিলাক ৯ম শতিকাত লিখা। ১১২৫-১২৫০ অব্দৰ মধ্যৱৰ্তী সময়ত মালয়লাম ভাষাৰ প্ৰথম সাহিত্যিক ৰচনাগবিলাক লিখিত হয়। ইয়াৰ মাজত আছে ধ্ৰুপদী গীতিকবিতা।

মালয়ালম ভাষা মালায়ালম লিপিৰে লিখা হয়। চিঙ্গাপুৰ আৰু মালয়েছিয়াত মালয়ালম ভাষা আৰৱী লিপিৰে লিখা হয়। বহু সময়ত কেৰালাৰ মুছলমানসকলেও আৰৱী লিপিৰে ভাষাটো লিখে। মালয়ালম প্ৰধানত কেৰালা, লাক্ষাদ্বীপ আৰু পণ্ডিচেৰীৰ মাহে অঞ্চল প্ৰচলিত। ৩ কোটি ৫৭ লাখ মানুহে এই ভাষাত কথা পাতে।

Thumb
The word Malayāḷalipi (Meaning: Malayalam script) written in the Malayalam script
Thumb
A Malayalam signboard from Kannur, Kerala. Malayalam is official language in the Indian state of Kerala and the union territories of Lakshadweep and Puduchery
Thumb
Letters in Malayalam script

তথ্যসূত্ৰ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.