মধ্য ভাৰত
ভাৰতৰ ভৌগোলিক ক্ষেত্ৰ / From Wikipedia, the free encyclopedia
মধ্য ভাৰত হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক সাঙুৰি লৈ গঠিত হোৱা ভাৰতৰ এক বিশেষ ভৌগোলিক ক্ষেত্ৰ।[1][2][3] ইন্দোৰ, মধ্যপ্ৰদেশৰ ব্যৱসায়িক ৰাজধানী, হৈছে এই ক্ষেত্ৰৰ বৃহত্তম চহৰ। আন মুখ্য চহৰবোৰৰ ভিতৰত আছে ভূপাল, ৰায়পুৰ। এই দুখন ৰাজ্যত বিভিন্ন ভাষা-ভাষীৰ আৰু ভিন্ন সাংস্কৃতিক বৈচিত্ৰ্যৰ লোক আছে। অৱশ্যে হিন্দীভাষী লোকৰ সংখ্যা সৰ্বাধিক। মধ্যপ্ৰদেশ আৰু ছত্তীছগঢ়ক উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড আৰু উত্তৰ ক্ষেত্ৰীয় পৰিষদৰ লগত একত্ৰিত কৰা হৈছে।
ক্ষিপ্ৰ তথ্য মধ্য ভাৰত, দেশ ...
মধ্য ভাৰত | |
---|---|
দেশ | ভাৰত |
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল | |
বৃহত্তম নগৰ | ইন্দোৰ |
সৰ্বাধিক জনবহুল ঠাই (2011) | ছত্তীছগঢ়:
মধ্যপ্ৰদেশ:
|
মাটিকালি | |
- মুঠ | ৪,৪৩,৪৪৩ কি.মি.২ (১,৭১,২১৪.৩ বৰ্গ মাইল) |
জনসংখ্যা | |
- মুঠ | ১০,০৫,২৫,৫৮০ জন |
- জনঘনত্ব | ২২৬.৭ প্ৰতি বৰ্গ কি.মি. (৫৮৭.১ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভামাস (UTC+5:30) |
চৰকাৰী ভাষা |
বন্ধ কৰক