চৌদি আৰৱৰ আল মদিনাহ প্ৰদেশৰ ৰাজধানী চহৰ From Wikipedia, the free encyclopedia
মদিনা (আৰবী: المدينة, চৰকাৰী ভাবে: المدينة المنورة আল-মদিনা আল-মুনাওয়াৰাহ) অথবা মদিনাহ হিচাপেও ইয়াক অনুবাদ কৰা হয়, হৈছে পশ্চিমী চৌদি আৰৱৰ হেজাজ অঞ্চলৰ এখন চহৰ আৰু আল মদিনাহ প্ৰদেশৰ ৰাজধানী। ই ইছলামৰ দ্বিতীয় পৱিত্ৰ চহৰ য'ত মুছলিম সকলৰ শেষ নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ওয়া ছাল্লামৰ কবৰ আছে। ই ঐতিহাসিকভাবে গুৰুত্বপূৰ্ণ কাৰণ হজৰত মুহাম্মাদ (ছাঃ) হিজৰতৰ পাছত মদিনাত বসবাস কৰিছিল। নানান ঐতিহাসিক কাৰণত মদিনা অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ মুছলিম সকলৰ ওচৰত অত্যন্ত শ্ৰদ্ধেয় আৰু পৱিত্ৰ এই নগৰীটো।
মদিনা | |
---|---|
চহৰ | |
স্থানাংক: 24°28′N 39°36′E | |
দেশ | চৌদি আৰৱ |
অঞ্চল | আল মদিনাহ |
কালি | |
• চহৰ | 589 km2 (227 sq mi) |
• নগৰ | 293 km2 (113 sq mi) |
উচ্চতা | 620 m (2,030 ft) |
জনসংখ্যা (2010) | |
• চহৰ | 11,83,205 |
• ঘনত্ব | 2,000/km2 (5,200/sq mi) |
• নগৰ | 7,85,204 |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.