ম'ৰ্চ ক'ড
From Wikipedia, the free encyclopedia
ম'ৰ্চ ক'ড (ইংৰাজী: Morse code) হৈছে দূৰসংযোগৰ পদ্ধতি য'ত দুটা সংকেত, বিন্দু আৰু ডেচক নিৰ্দিষ্ট ক্ৰমত ৰাখি আখৰ আৰু সংখ্যাসমূহ সংকেতলৈ পৰিৱৰ্তন কৰি বাৰ্তা পঠিওৱা হয়।[2][3] টেলিগ্ৰাফৰ উদ্ভাৱক ছেমুৱেল ম'ৰ্চ নামেৰেই ইয়াক ম'ৰ্চ ক'ড নাম দিয়া হৈছিল। ম'ৰ্চ ক'ডত সৰুফলা আৰু ডাঙৰফলা আখৰৰ মাজত পাৰ্থক্য নাৰাখে।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |