ভেল’ৰেণ্ট
ভিডিড’ গে’ম / From Wikipedia, the free encyclopedia
ভেল’ৰেণ্ট (ইংৰাজী: Valorant) হৈছে ৱিণ্ড’জৰ বাবে ৰায়ট গে’ম্ছদ্বাৰা বিকশিত আৰু প্ৰকাশিত এক বিনামূলীয়াকৈ খেলিবপৰা ফাৰ্ষ্ট পাৰ্ছন কৌশলগত হিৰ’ শ্বুটাৰ গে’ম।[3] 2019 চনৰ অক্টোবৰত প্ৰজেক্ট এ সাংকেতিক নামেৰে ইয়াৰ টীজাৰ মুকলি কৰা হৈছিল; 7 এপ্ৰিল, 2020 তাৰিখে সীমিত লোকৰ বাবে বিটা সংস্কৰণ মুকলি কৰা হৈছিল আৰু তাৰপাছত 2 জুন, 2020 তাৰিখে পূৰ্ণাংগ সংস্কৰণ মুকলি কৰা হয়। এই গে’মৰ বিকাশ 2014 চনত আৰম্ভ হৈছিল। ভেল’ৰেণ্টৰ অনুপ্ৰেৰণা আছিল কাউণ্টাৰ-ষ্ট্ৰাইকৰ শৃংখলা, য’ৰ পৰাই কেইবাটাও কাৰিকৰী আৰ্হি যেনে ক্ৰয়-সূচীৰ আন্তঃপৃষ্ঠা, স্প্ৰে’ পেটাৰ্ন আৰু লৰচৰ কৰোঁতে ঘটা ত্ৰুটি আহৰণ কৰা হৈছে।
ক্ষিপ্ৰ তথ্য Valorant ...
Valorant | |
---|---|
বিকাশক | ৰায়ট গে’ম্ছ |
প্ৰকাশক | ৰায়ট গে’ম্ছ |
পৰিচালক |
|
প্ৰযোজক |
|
ডিজাইনাৰ |
|
প্ৰোগ্ৰামাৰ |
|
শিল্পী | মবী ফ্ৰেংক |
সংগীত শিল্পী | জেছ হাৰ্লিন[2][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] |
গেম ইঞ্জীন | আনৰিয়েল ইঞ্জিন ৪ |
প্লেটফৰ্ম | ৱিণ্ড’জ |
মুক্তিৰ তাৰিখ | ২ জুন, ২০২০ |
শৈলী |
|
প্ৰকাৰ | মাল্টিপ্লেয়াৰ |
বন্ধ কৰক