ভূৰাগাঁও
মৰিগাঁও জিলাৰ এখন চহৰ / From Wikipedia, the free encyclopedia
ভূৰাগাঁও (ইংৰাজী: Bhuragaon) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন চহৰৰ নাম। এই চহৰখন মৰিগাঁও জিলাত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি, এই চহৰখন ১,০৬,১৪০জন লোকৰ বসতিস্থল।
ক্ষিপ্ৰ তথ্য
ভূৰাগাঁও | |
— নগৰ — | |
স্থানাঙ্ক | 26.404306°N 92.233782°E / 26.404306; 92.233782 |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | মৰিগাঁও জিলা |
জনসংখ্যা | 1,06,140 (2001[update]) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | morigaon.nic.in |
বন্ধ কৰক