ভিয়েনা
From Wikipedia, the free encyclopedia
ভিয়েনা (/viˈɛnə/;[5][6] জাৰ্মান: Wien, উচ্চাৰণ [viːn] ( শুনক)) অষ্ট্ৰিয়াৰ নখন প্ৰদেশৰ এখন। ই অষ্ট্ৰিয়াৰ ভিতৰতে সৰ্ববৃহৎ মহানগৰী আৰু ইয়াৰ ৰাজধানী। এই মহানগৰৰ জনসংখ্যা প্ৰায় ১.৮ মিলিয়ন যি অষ্ট্ৰিয়াৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ। [4] জনসংখ্যাৰ ফালৰ পৰা ভিয়েনা ইউৰোপিয়ান ইউনিয়নৰ ভিতৰত সপ্তম বৃহৎ মহানগৰ। বিংশ শতাব্দীৰ আৰম্ভণিলৈকে এই মহানগৰীৰ বিশ্বৰ সৰ্ববৃহৎ জাৰ্মান ভাষী বসবাস কৰা মহানগৰৰূপে পৰিগণিত হৈছিল।[7] বৰ্তমান বাৰ্লিনৰ পিছতে জাৰ্মানভাষী লোকৰ জনসংখ্যাৰ ক্ষেত্ৰত এই মহানগৰীৰ স্থান দ্বিতীয়।[8][9] ৰাষ্ট্ৰসংঘ, অপেক (OPEC)-কে ধৰি ভিয়েনাত ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় সংগঠন আছে।
ক্ষিপ্ৰ তথ্য ভিয়েনা Wien (স্থানীয় নাম), ৰাষ্ট্ৰ ...
ভিয়েনা Wien (স্থানীয় নাম) |
|||
---|---|---|---|
Montage of Vienna.jpgFrom top left, clockwise: Kunsthistorisches Museum, City Hall, St. Stephen's Cathedral, Vienna State Opera, and Austrian Parliament Building | |||
|
|||
ভৌগোলিক স্থানাংক: 48°12′N 16°22′E | |||
ৰাষ্ট্ৰ | অষ্ট্ৰিয়া | ||
ৰাজ্য | ভিয়েনা | ||
চৰকাৰ | |||
- Mayor and Governor | Michael Häupl (SPÖ) | ||
- Vice-Mayor and Vice-Governor | Maria Vassilakou (Grüne), Renate Brauner (SPÖ) |
||
মাটিকালি | |||
- নগৰ | ৪১৪.৬৫ কি.মি.২ (১৬০.১ বৰ্গ মিটাৰ) |
||
- মাটি | ৩৯৫.২৬ কি.মি.২ (১৫২.৬ বৰ্গ মাইল) |
||
- পানী | ১৯.৩৯ কি.মি.২ (৭.৫ বৰ্গ মাইল) |
||
উচ্চতা | ১৫১ (Lobau) – ৫৪২ (Hermannskogel) মিটাৰ (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ ফুট) | ||
জনসংখ্যা (১ জুলাই ২০১৫) | |||
- চহৰ | ১.৮১২.৬০৪ জন জন | ||
- জনঘনত্ব | ৪,৩২৬.১ প্ৰতি বৰ্গ কি.মি. (১১,২০৪.৫ প্ৰতি বৰ্গ মাইল) |
||
- মহানগৰ | ca. ২৪,১৯,০০০ জন জন | ||
- Ethnicity[1][2] | ৬১.২% Austrian ৩৮.৮% Other জন |
||
Statistik Austria,[3] VCÖ – Mobilität mit Zukunft[4] | |||
বিশেষণ | Viennese, Wiener | ||
সময় অঞ্চল | CET (গ্ৰী.মা.স.+1) | ||
- গ্ৰীষ্ম (দি স স) | CEST (গ্ৰী.মা.স.+2) | ||
Vehicle registration | W | ||
ৱেবছাইট | www.wien.gv.at |
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য Historic Centre of Vienna, দেশ ...
Historic Centre of Vienna | |
---|---|
বিশ্ব ঐতিহ্যবাহী স্থানত তালিকাভুক্ত হিচাপে নাম | |
দেশ | Austria |
ধৰণ | Cultural |
মাপকাঠি | ii, iv, vi |
উদ্ধৃতি | 1033 |
ইউনেস্কোৰ দ্বাৰা শ্ৰেণীবদ্ধ অঞ্চল | Europe and North America |
অভিলিখনৰ ইতিহাস | |
অভিলিখন | 2001 (অজ্ঞাত অধিবেশন) |
বন্ধ কৰক