![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Smt._Bhavina_Patel_Table_Tennis_medalist.jpg/640px-Smt._Bhavina_Patel_Table_Tennis_medalist.jpg&w=640&q=50)
ভাৱিনা পেটেল
ভাৰতৰ পেৰা টেবুল টেনিছ খেলুৱৈ / From Wikipedia, the free encyclopedia
ভাৱিনা হাসমুখভাই পেটেল (ইংৰাজী: Bhavina Hasmukhbhai Patel) ভাৰতৰ গুজৰাটৰ মেহছানাৰ এগৰাকী পেৰা টেবুল টেনিছ খেলুৱৈ।[1] তেওঁ ২০২০ টকিঅ' পেৰালিম্পিকত একক চি৪ শাখাত ৰূপৰ পদক লাভ কৰে।[2] তেওঁ ভাৰতৰ হৈ পেৰালিম্পিকত পদকৰ লাভ কৰা প্ৰথম টেবুল টেনিছ খেলুৱৈ আৰু দীপা মালিকৰ পাছত দ্বিতীয়গৰাকী মহিলা খেলুৱৈ।[3]
ক্ষিপ্ৰ তথ্য ভাৱিনা পেটেল, ব্যক্তিগত তথ্যাৱলী ...
ভাৱিনা পেটেল | |||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() | |||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | |||||||||||||||||||
সম্পূৰ্ণ নাম | ভাৱিনা হাসমুখভাই পেটেল | ||||||||||||||||||
জন্ম | মেহছানা, গুজৰাট, ভাৰত | ||||||||||||||||||
ক্ৰীড়া | |||||||||||||||||||
দেশ | ![]() | ||||||||||||||||||
ক্ৰীড়া | টেবুল টেনিছ | ||||||||||||||||||
শিতান | একক চি৪ | ||||||||||||||||||
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | |||||||||||||||||||
পেৰালিম্পিক ফাইনেল | ২০২০ টকিঅ' | ||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক