ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা
জাতি আৰু ভাৰতৰ সংবিধানৰ প্ৰতি নিৰ্দেশনাৰ ছেট / From Wikipedia, the free encyclopedia
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় য'ত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে।[1] ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে। ভাৰতৰ গণপৰিষদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানত সন্মতি জনায় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই গৃহীত হয়।[2][3][4]