ভাৰতীয় ফেঁটী সাপ
From Wikipedia, the free encyclopedia
ভাৰতীয় ফেঁটী সাপ (ইংৰাজী: Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়।[2] ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে। ভাৰতীয় ফেঁটী সাপক ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ অনুসৰি সংৰক্ষণ প্ৰদান কৰা হৈছে।
ক্ষিপ্ৰ তথ্য ভাৰতীয় ফেঁটী সাপ (Indian cobra), জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
ভাৰতীয় ফেঁটী সাপ (Indian cobra) | |
---|---|
ফেঁট তোলা অৱস্থাত Naja naja | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Reptilia |
বৰ্গ: | Squamata |
উপবৰ্গ: | Serpentes |
পৰিয়াল: | Elapidae |
গণ: | Naja |
প্ৰজাতি: | N. naja |
বৈজ্ঞানিক নাম | |
Naja naja (Linnaeus, 1758)[1] | |
সমাৰ্থক | |
Coluber naja Linnaeus, 1758 |
বন্ধ কৰক