ভল্ট
From Wikipedia, the free encyclopedia
এই পৃষ্ঠাখন ভল্টৰ বিষয়ে। আন ব্যৱহাৰৰ বাবে ভল্ট (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) চাওক।
ভল্ট(V) হৈছে বৈদ্যুতিক বিভৱ, বিভৱভেদ আৰু বিদ্য়ুৎবাহক বলৰ একক[1]।
ক্ষিপ্ৰ তথ্য ভল্ট, এককটোৰ তথ্য ...
ভল্ট | |
---|---|
Josephson junction ষ্টেণ্ডাৰ্ড ভল্ট হিচাপে National Bureau of Standardsয়ে বিকাশ ঘটোৱা এৰে চিপ(array chip)। | |
এককটোৰ তথ্য | |
একক পদ্ধতি | আন্তৰ্জাতিক একক প্ৰণালী |
কিহৰ একক | বৈদ্য়ুতিক বিভৱ, বিদ্য়ুতবাহক বল |
সংকেত | V |
নামত কৰা হৈছে | আলছেন্দ্ৰা ভল্টা |
আন্তৰ্জাতিক একক প্ৰণালীত: | কিল'গ্ৰাম·মিটাৰ2·ছেকেণ্ড−3·এম্পিয়াৰ−1 |
বন্ধ কৰক