বৰপেটা
অসমৰ এখন নগৰ / From Wikipedia, the free encyclopedia
বৰপেটা নগৰ বৰপেটা জিলাৰ সদৰ ঠাই। এই নগৰ গুৱাহাটী চহৰৰ পৰা ৯০ কি.মি. (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে অৱস্থিত। অসম বুৰঞ্জীত বৰপেটাক “সত্ৰভূমি” বুলি জনা যায়।[উদ্ধৃতিৰ প্ৰয়োজন] বৰপেটা থকা সত্ৰসমূহে শ্ৰীমন্ত শংকৰদেৱ, আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰীমাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বৈষ্ণৱধৰ্মী লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ ফাকুৱা উৎসৱ(হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধুমধামেৰে পালন কৰা হয়। হাতীদাঁতৰ শিল্পকে ধৰি বৰপেটাৰ থলুৱা হস্তশিল্প অসম বিখ্যাত। ইয়াৰ আতচবাজীৰ কাৰখানাও অসমত জনাজাত।[1]
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
এই প্ৰবন্ধটো নগৰৰ বিষয়ে। একে নামৰ ঠাইৰ বাবে বৰপেটা জিলা চাওক।
ক্ষিপ্ৰ তথ্য
বৰপেটা | |||||
— নগৰ — | |||||
স্থানাঙ্ক | 26.32°N 91.0°E / 26.32; 91.0 | ||||
দেশ | ভাৰত | ||||
ৰাজ্য | অসম | ||||
জিলা | বৰপেটা | ||||
জনসংখ্যা | 41,175 (2001[update]) | ||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||
মাটিকালি • উচ্চতা |
• 35 m (115 ft) | ||||
ক'ড
| |||||
ৱেবছাইট | barpeta.nic.in |
বন্ধ কৰক