ব্ৰুচ ৱিলিছ
From Wikipedia, the free encyclopedia
ব্ৰুচ ৱিলিছৰ (ইংৰাজী: Bruce Willis) সম্পূৰ্ণ নাম 'ৱাল্টাৰ ব্ৰুচ ৱিলিছ' (জন্ম ১৯৫৫ চনৰ ১৯ মাৰ্চ) ৷ জাৰ্মানত জন্মগ্ৰহণ কৰা এইজন আমেৰিকান অভিনেতা একেৰাহে এজন সংগীতজ্ঞ হোৱাৰ উপৰিও এজন প্ৰযোজকো৷ ১৯৮০ চনত দূৰদৰ্শনৰ মাধ্যমেৰে কেৰিয়াৰ আৰম্ভ কৰা ব্ৰুচ ৱিলিছে এতিয়ালৈকে চলচ্চিত্ৰ তথা দূৰদৰ্শন, দুয়োটা মাধ্যমতে তেওঁৰ সুনামৰ জয়যাত্ৰা অব্যাহত ৰাখিছে৷ ঘাইকৈ তেওঁ কৌতুক, নাটক তথা একচন চৰিত্ৰত অভিনয় কৰে৷ সৰ্বাধিক সমালোচিত হোৱা তথা ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাই হাৰ্ডৰ (Die Hard) ‘John McClane’ চৰিত্ৰটোৰ বাবে ব্ৰুচ উইলিচ বিখ্যাত৷ ৬০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰা ব্ৰুচ উইলিচে ঘাইকৈ Pulp Fiction (1994), 12 Monkeys (1995), The Fifth Element (1997), Armageddon (1998), The Sixth Sense (1999), Unbreakable (2000), Sin City (2005), and Red (2010) ছবিকেইখনত অনবদ্য অভিনয় কৰিছে৷ উত্তৰ আমেৰিকাৰ চলচ্চিত্ৰৰ বক্স অফিচত US$2.64ৰ পৰা 3.05 বিলিয়ন ডলাৰ উপাৰ্জন কৰি নৱম সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা হিচাপে ব্ৰুচ উইলিচ পৰিচিত হৈছে৷ তেওঁ দুবাৰকৈ এমী এৱাৰ্ড লাভ কৰাৰ লগতে গ’ল্ডেন গ্ল’ব বঁটাও লাভ কৰিছে৷
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |