বৃত্ত
From Wikipedia, the free encyclopedia
ইউক্লিডীয় জ্যামিতিত, এটা স্থিৰ বিন্দুৰপৰা(কেন্দ্ৰ) এক নিৰ্দিষ্ট দূৰত্বত (ব্যাসাৰ্ধ) একেই সমতলত অৱস্থিত বিন্দুবোৰৰ গতিপথকে (ল'কাচ) বৃত্ত (ইংৰাজী: Circle) বোলা হয়।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্ষিপ্ৰ তথ্য বৃত্ত, ক্ষেত্ৰফল ...
বৃত্ত | |
---|---|
জ্যা, ব্যাস, ব্যাসাৰ্ধ, স্পৰ্শক আৰু ছেদক | |
ক্ষেত্ৰফল | π r2 (য’ত r = ব্যাসাৰ্ধ) |
বন্ধ কৰক
বৃত্তৰ ওপৰত অৱস্থিত যিকোনো দুটি বিন্দুৰ সংযোগকাৰী সৰলৰেখাংশকে জ্যা বোলা হয়। বৃত্তৰ কেন্দ্ৰগামী যিকোনো জ্যাকে তাৰ ব্যাস বোলা হয়। বৃত্তৰ ব্যাস হ’ল তাৰ দীৰ্ঘতম জ্যা। ব্যাসৰ দৈৰ্ঘ্য ব্যাসাৰ্ধৰ দুগুন হয়।
বৃত্তৰ সীমাক পৰিধি বোলা হয় আৰু পৰিধিৰ অংশক বৃত্তচাপ বোলা হয়।