![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b1/Red-Whiskered_Bulbul-1.jpg/640px-Red-Whiskered_Bulbul-1.jpg&w=640&q=50)
বুলবুলি
From Wikipedia, the free encyclopedia
বুলবুলি (ইংৰাজী: Red-whiskered Bulbul, Pycnonotus jocosus) এছিয়া মহাদেশত বিস্তৃত হৈ থকা এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ফল-মূল আদি খাই জীয়াই থাকে। ইয়াৰ মূৰত থকা মুকুট (crest) আৰু ৰঙা কটি (vent) তথা চকুৰ ৰঙা অংশৰ বাবেই সহজেই চিনাক্ত কৰিব পৰা যায়।
ক্ষিপ্ৰ তথ্য বুলবুলি (Red-whiskered Bulbul), সংৰক্ষণ স্থিতি ...
বুলবুলি (Red-whiskered Bulbul) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Pycnonotidae |
গণ: | Pycnonotus |
প্ৰজাতি: | P. jocosus |
বৈজ্ঞানিক নাম | |
Pycnonotus jocosus (Linnaeus, 1758) | |
সমাৰ্থক | |
Otocompsa emeria |
বন্ধ কৰক