বুনেৰ জিলা
From Wikipedia, the free encyclopedia
বুনেৰ জিলা (পশতু: بونېر ولسوالۍ, উৰ্দু: ضلع بونیر) পাকিস্তানৰ খাইবাৰ পাখতুঁখোৱা প্ৰদেশৰ মালাকান্দ সংমণ্ডলৰ এখন জিলা। বুনেৰ হস্পিটেলিটিৰ বাবে বিখ্যাত আৰু ইয়াক হস্পিটেলিটিৰ দেশ বুলিও কোৱা হয়। ১৯৯১ চনত জিলাৰ মৰ্যাদা লাভ কৰাৰ আগতে ই স্বাট জিলাৰ ভিতৰতে এখন তহচিল আছিল।[5]
ক্ষিপ্ৰ তথ্য বুনেৰ জিলা ضلع بونیر, দেশ ...
বুনেৰ জিলা ضلع بونیر |
|
---|---|
— জিলা — | |
ওপৰত: সৰ তীৰাজৰ ওচৰৰ পাহাৰ তলত: ৰানিগটৰ বৌদ্ধ ধ্বংসাৱশেষ |
|
অন্য নাম: গুল দা নমাইৰ[1] | |
নীতি বাক্য: চুফীসকলৰ দেশ اولیاء کی سرزمین | |
খেবাৰ পাখতুঁখোৱা প্ৰদেশৰ অৱস্থান। | |
দেশ | পাকিস্তান |
প্ৰদেশ | |
বিভাগ | মালকান্দ |
জিলা | ১৯৯৮ |
মুখ্য কাৰ্যালয় | ডাগগাৰ[2] |
চৰকাৰ | |
- প্ৰকাৰ | জিলা প্ৰশাসন |
- উপায়ুক্ত | নছৰুল্লা খান ইউছুফজাই |
- জিলা আৰক্ষী বিষয়া | ইমৰাণ খান |
- জিলা স্বাস্থ্য বিষয়া | অজ্ঞাত |
মাটিকালি | |
- মুঠ | ১,৮৬৫ কি.মি.২ (৭২০.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১৭)[3] | |
- মুঠ | ৮,৯৫,৪৬০ জন |
- জনঘনত্ব | ৪৮০.১ প্ৰতি বৰ্গ কি.মি. (১,২৪৩.৬ প্ৰতি বৰ্গ মাইল) |
বিশেষণ | বুনেৰি |
সময় অঞ্চল | PST (গ্ৰী.মা.স.+৫) |
অঞ্চল কোড | ০৯৩৯ |
জিলা পৰিষদ | |
তহচিলৰ সংখ্যা। | ৬ |
সংঘ পৰিষদৰ সংখ্যা। | ২৭[4] |
ৱেবছাইট | buner |
বন্ধ কৰক