বুঢ়া চাপৰি অভয়াৰণ্য
From Wikipedia, the free encyclopedia
বুঢ়া চাপৰি অভয়াৰণ্য (ইংৰাজী: Bura Chapori Wildlife Sanctuary) অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। এই অভয়াৰণ্য লাওখোৱা-বুঢ়া চাপৰি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্ভুক্ত।
ক্ষিপ্ৰ তথ্য বুঢ়া চাপৰি অভয়াৰণ্য, অৱস্থান ...
বুঢ়া চাপৰি অভয়াৰণ্য | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল) | |
অসমতবুঢ়া চাপৰি অভয়াৰণ্যৰ অৱস্থিতি | |
অৱস্থান | অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
স্থানাংক | 26°51′57″N 92°50′53″E |
মাটিকালি | ৪৪.০৬ বৰ্গ কিলোমিটাৰ[1] |
প্ৰতিস্থা | 1974[1] |
কৰ্তৃপক্ষ | Department of Environment & Forests, Assam |
বন্ধ কৰক