বিপন্ন প্ৰজাতি (ইংৰাজী: Endangered species; EN) বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। "বিপন্ন" হৈছে IUCN'ৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক (CR)ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ।

ক্ষিপ্ৰ তথ্য সংৰক্ষণ স্থিতি আই ইউ চি এন ৰঙা তালিকাৰ বিভাগ অনুসৰি, বিলুপ্ত ...
সংৰক্ষণ স্থিতি
বিলুপ্ত
  • বিলুপ্ত (EX)
অৰণ্যত বিলুপ্ত
  • অৰণ্যত বিলুপ্ত (EW)
সংকটজনক
সংকটাসন্ন
  • সংকটাসন্ন (NT)
  • (তালিকা)
ন্যূনতম উদ্বেগজনক

অন্যান্য শ্ৰেণীসমূহ
  • অপৰিমিত তথ্য (DD)
  • অমূল্যাঙ্কিত (NE)
(তালিকা)

সম্পৰ্কীয় বিষয়সমূহ

Thumb
ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ
আৰু নেচাৰছাৰ্ভ ষ্টেটাছৰ তুলনা
Thumb
বন্ধ কৰক

২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯টা প্ৰাণী আৰু ২৬৫৫টা উদ্ভিদ প্ৰজাতিক বিপন্ন (EN) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।[1] ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭।

বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, চিকাৰ নিষিদ্ধকৰণ।

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:

অধিক তথ্য ২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১), বিৱৰণ ...
কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰৱণতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভুক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
বন্ধ কৰক
অধিক তথ্য ২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১), বিৱৰণ ...
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
অসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
বন্ধ কৰক
অধিক তথ্য ২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১), বিৱৰণ ...
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
বন্ধ কৰক

চিত্ৰ সম্ভাৰ

লগতে চাওক

  • ARKive
  • Biodiversity
  • Cobthorn Trust
  • Critically Endangered
  • Endangered plants of Europe
  • Endangered Species Act
  • Ex-situ conservation
  • Extinction
  • Holocene extinction
  • Habitat fragmentation
  • Hawaiian honeycreeper conservation
  • In-situ conservation
  • IUCN Red List
    • Critically Endangered species
    • Endangered animal species
  • The Last Paradises: On the Track of Rare Animals (1967 film)
  • List of endangered species in India
  • List of endangered species in North America
  • List of National Wildlife Refuges established for endangered species
  • Overexploitation
  • NatureServe conservation status
  • Rare species
  • Red Data Book of the Russian Federation
  • Red-listed / Blue-listed
  • Threatened species
  • United States Fish and Wildlife Service list of endangered species
  • World Conference on Breeding Endangered Species in Captivity as
    an Aid to their Survival (WCBESCAS)
  • World Conservation Union (IUCN)
  • World Wide Fund for Nature (WWF)

গ্ৰন্থ পঞ্জী

  • Glenn, C. R. 2006. "Earth's Endangered Creatures".
  • Ishwaran, N., & Erdelen, W. (2005, May). Biodiversity Futures, Frontiers in Ecology and the Environment, 3(4), 179.
  • Kotiaho, J. S., Kaitala, V., Komonen, A., Päivinen, J. P., & Ehrlich, P. R. (2005, February 8). Predicting the Risk of Extinction from Shared Ecological Characteristics, proceedings of the National Academy of Sciences of the United States of America, 102(6), 1963-1967.
  • Minteer, B. A., & Collins, J. P. (2005, August). Why we need an "Ecological Ethics", Frontiers in Ecology and the Environment, 3(6), 332-337.
  • Raloff, J. (2006, August 5). Preserving Paradise, Science News, 170(6), 92.
  • Wilcove, D. S., & Master L. L. (2008, October). How Many Endangered Species are there in the United States? Frontiers in Ecology and the Environment, 3(8), 414-420.
  • Freedman, Bill. "Endangered species." Gale Encyclopedia of Science. Ed. K. Lee Lerner and Brenda Wilmoth Lerner. 4th ed. Detroit: Gale Group, 2008. Discovering Collection. Gale.
  • Chiras, Daniel D. "Invader Species." Grolier Multimedia Encyclopedia. Grolier Online, 2011.
  • "Endangered Species." Current Issues: Macmillan Social Science Library. Detroit: Gale, 2010.

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.