বিজয় কুমাৰ
ভাৰতীয় স্পৰ্ট শ্বুটাৰ / From Wikipedia, the free encyclopedia
বিজয় কুমাৰ (ইংৰাজী: Vijay Kumar; জন্ম: ১৯ আগষ্ট ১৯৮৫) ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেণ্ট (১৬শ বেটেলিয়ান) ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত।[1] তেওঁৰ খেলত বৰ্তমান পৃষ্ঠপোষকতা কৰে অলিম্পিক গ’ল্ড কুৱেষ্ট (Olympic Gold Quest)এ। তেওঁ Army Marksmanship Unit (AMU)ত ২০০৩ চনৰ পৰা নিয়োজিত হৈ আছে। কুমাৰৰ প্ৰশিক্ষক ৰাছিয়াৰ পাৱেল স্মিৰ’ন’ভ।
ক্ষিপ্ৰ তথ্য বিজয় কুমাৰ, ব্যক্তিগত তথ্যাৱলী ...
বিজয় কুমাৰ | ||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ![]() | |||||||||||||||||||||||||||||||||||||||||||||
জন্ম | ১৯ আগষ্ট ১৯৮৫ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাওঁ | |||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ||||||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | |||||||||||||||||||||||||||||||||||||||||||||
ক্ৰীড়া | ৰাইফল শ্বুটিং | |||||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
বন্ধ কৰক