![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/fa/Vikram_Seth%252C_in_Oxfordshire.jpg/640px-Vikram_Seth%252C_in_Oxfordshire.jpg&w=640&q=50)
বিক্ৰম শেঠ
ভাৰতীয় সাহিত্যিক / From Wikipedia, the free encyclopedia
বিক্ৰম শেঠ (ইংৰাজী: Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। শেঠৰ কবিতাৰ সংকলন যেনে 'মেপিংচ্' আৰু 'বিষ্টলি টেইলছ' হৈছে ভাৰতীয় ইংৰাজী ভাষাৰ কবিতালৈ উল্লেখযোগ্য অৱদান।[1]
ক্ষিপ্ৰ তথ্য বিক্ৰম শেঠ, জন্ম ...
বিক্ৰম শেঠ | |
---|---|
![]() ২০০৯ চনত বিক্ৰম শেঠ | |
জন্ম | ২০ জুন, ১৯৫২ (৭২ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
পেচা |
|
মাতৃশিক্ষায়তন | কৰ্পাচ খ্ৰাইষ্ট কলেজ, অক্সফ'ৰ্ড ষ্টেনফৰ্ড বিশ্ববিদ্যালয় |
সময় | ১৯৮০–বৰ্তমান |
ধৰণ | উপন্যাস, কবিতা, ভ্ৰমণ কাহিনী, শিশু সাহিত্য, জীৱনী |
উল্লেখনীয় কৰ্মৰাজি | এ চুইটেবল বই দ্য গ'ল্ডেন গেট এন ইকুৱেল মিউজিক |
উল্লেখযোগ্য বঁটা | পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, ষ্টেগনাৰ ফেল'শ্বিপ, গুগেনহাইম ফেল'শ্বিপ, কমনৱেল্থ লেখকৰ পুৰস্কাৰ |
ৱেবছাইট | www |
বন্ধ কৰক