বাৰ্তা:সত্য প্ৰসাদ বৰুৱা
From Wikipedia, the free encyclopedia
বৰুৱা দেৱৰ নাট এখনৰ নাম :ন্যায়িকা নাট্যকাৰ (১৯৭৬) বুলি লিখা হৈছে।কিন্তু বানানটো "নায়িকা নাট্যকাৰ"হে হব নেকি বাৰু ?দ্বিজেন মহন্ত (talk) 16:46, 30 মাৰ্চ 2012 (UTC)
- হয়, "নায়িকা-নাট্যকাৰ"হে। ঠিক কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk)
![]() |
এই প্ৰবন্ধৰ মান উন্নত কৰিবৰ বাবে এখন আলোকচিত্ৰৰ প্ৰয়োজন হৈছে। এখন মুক্ত অনুজ্ঞাপত্ৰ থকা আলোকচিত্ৰ আপলোড কৰি আপুনিও এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিব পাৰে।
মুক্ত চিত্ৰ সন্ধান আহিলা ব্যৱহাৰ কৰি আপুনি ফ্লিকাৰ বা অনান্য ৱেবছাইটৰ পৰা চিত্ৰ সংযোগ কৰিব পাৰে। |