বাৰ্ট্ৰেণ্ড ৰাছেল
From Wikipedia, the free encyclopedia
বাৰ্ট্ৰেণ্ড ৰাছেল (ইংৰাজী: Bertrand Russell) সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ (১৮ মে' ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০) একাধাৰে এজন ব্ৰিটিছ[1] দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মানৱ মুক্তি আৰু মানৱাধিকাৰৰ প্ৰবক্তা আছিল।[2]
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
ক্ষিপ্ৰ তথ্য সম্পূৰ্ণ নাম, জন্ম ...
সম্পূৰ্ণ নাম | বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল |
---|---|
জন্ম | ১৮ মে', ১৮৭২ ট্ৰেলেক, মন্মাউথশ্বায়াৰ, যুক্তৰাজ্য |
মৃত্যু | ২ ফেব্ৰুৱাৰী, ১৯৭০ (৯৭ বছৰ) পেনৰাইনডিউড্ৰিথ, সংযুক্ত ৰাজ্য |
যুগ | বিংশ শতিকাৰ দৰ্শন |
অঞ্চল | পশ্চিমীয়া দৰ্শন |
ধাৰা | বিশ্লেষণাত্মক দৰ্শন সাহিত্যৰ ন'বেল বঁটা ১৯৫০ |
আগ্ৰহ | মেটাফিজিক্স, এপিষ্টেমোলজি, যুক্তি, গণিত, ভাষাৰ দৰ্শন, বিজ্ঞানৰ দৰ্শন, নীতি শাস্ত্ৰ, ধৰ্মৰ দৰ্শন, দৰ্শনৰ ইতিহাস |
উল্লেখযোগ্য কৰ্ম | বিশ্লেষণাত্মক দৰ্শন, যৌক্তিক পৰমাণুবাদ, বিৱৰণ তত্ত্ব, নলেজ বাই একুইণ্টেঞ্চ আৰু নলেজ বাই ডেস্ক্ৰিপশ্যন, ৰাছেলৰ পাৰাডক্স, ৰাছেলৰ টিপট্ |
প্ৰভাৱিত হয়
| |
প্ৰভাৱিত কৰে
|
বন্ধ কৰক