বাল্টিক সাগৰ
From Wikipedia, the free encyclopedia
বাল্টিক সাগৰ (ইংৰাজী: Baltic Sea) আটলাণ্টিক মহাসাগৰৰ এখন সাগৰ আৰু ইয়াক স্কেনডিনাভিয়া (Scandinavia), ফিনলেণ্ড, বাল্টিক দেশসমূহ আৰু উত্তৰ ইউৰোপে আৱৰি আছে। এই সাগৰৰ ভিতৰত Gulf of Bothnia, Bay of Bothnia, Gulf of Finland আৰু Gulf of Riga অন্তৰ্ভুক্ত। এই সাগৰ ৫৩°-৬৬°N অক্ষাংশ আৰু ১০°-৩০° দ্ৰাঘিমাংশৰ মাজত অৱস্থিত। বাল্টিক সাগৰ ডেনিছ দ্বীপপূঞ্জ (Danish islands), Kattegat, Øresund, Great Belt, Little Belt আদি স্পৰ্শ কৰি গৈছে।
বাল্টিক সাগৰ | |
---|---|
Map of the Baltic Sea | |
স্থান | ইউৰোপ |
স্থানাংক | 58°N 20°E |
প্ৰকাৰ | সাগৰ |
Primary inflows | Daugava, Neman, Neva, Oder, Vistula |
জলপ্ৰৱাহ | Danish Straits |
অৱবাহিকা | 16,41,650 বৰ্গ কি.মি. (6,33,840 বৰ্গ মাইল) |
অৱবাহিকা দেশ | Coastal: Denmark, Estonia, Finland, Germany, Latvia, Lithuania, Poland, Russia, Sweden Noncoastal: Belarus, Czech Republic, Norway, Slovakia, Ukraine[1] |
সৰ্বোচ্চ দৈৰ্ঘ্য | 1,601 km (995 মাইল) |
সৰ্বোচ্চ প্ৰস্থ | 193 km (120 মাইল) |
কালি | 3,77,000 বৰ্গ কি.মি. (1,46,000 বৰ্গ মাইল) |
গড় গভীৰতা | 55 মিটাৰ (180 ফুট) |
সৰ্বোচ্চ গভীৰতা | 459 মিটাৰ (1,506 ফুট) |
Water volume | সাঁচ:Convert/km3 |
Residence time | 25 years |
Shore length1 | 8,000 km (5,000 মাইল) |
Islands | Abruka, Aegna, Archipelago Sea Islands (Åland Islands), Bornholm, Dänholm, Ertholmene, Falster, Fårö, Fehmarn, Gotland, Hailuoto, Hiddensee, Hiiumaa, Kassari, Kesselaid, Kihnu, Kimitoön, Kõinastu, Kotlin, Laajasalo, Lauttasaari, Lidingö, Ljusterö, Lolland, Manilaid, Mohni, Møn, Muhu, Poel, Prangli, Osmussaar, Öland, Replot, Ruhnu, Rügen, Saaremaa, Stora Karlsö, Suomenlinna, Suur-Pakri and Väike-Pakri, Ummanz, Usedom/Uznam, Väddö, Värmdö, Vilsandi, Vormsi, Wolin |
Settlements | Copenhagen, Gdańsk, Helsinki, Kaliningrad, Kiel, Klaipėda, Lübeck, Luleå, Oulu, Riga, Rostock, Saint Petersburg, Stockholm, Tallinn, Turku |
References | [2] |
1 Shore length is not a well-defined measure. |
এই সাগৰৰ উত্তৰ সীমাত Baltic Proper অৱস্থিত যাক Åland islands আৰু Gulf of Bothnia ই আৱৰি আছে। তেনেদৰে উত্তৰ-পূব সীমাত Gulf of Finland, পূবত Gulf of Riga আৰু পশ্চিমে স্কেনদিনাভিয়া অৱস্থিত।
বাল্টিক মহাসাগৰ কৃত্ৰিম জলপৰিবহণৰ মাধ্যমেৰে অন্য সাগৰৰ সৈতে সংযোজিত। উদাহৰণস্বৰূপে ই শ্বেত সাগৰ (White Sea)-ৰ সৈতে শ্বেত সাগৰ খাল (White Sea Canal)ৰ যোগেদি আৰু উত্তৰ সাগৰৰ German Bight ৰ লগত কীল খাল (Kiel Canal)-ৰ যোগেদি সংযোজিত।