![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Red-wattled_Lapwing_denoised.jpg/640px-Red-wattled_Lapwing_denoised.jpg&w=640&q=50)
বালিঘোৰা
From Wikipedia, the free encyclopedia
বালিঘোৰা[2] (ইংৰাজী: Red-wattled Lapwing, বৈজ্ঞানিক নাম-Vanellus indicus) 'Charadriidae' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ ইয়াৰ মাতটো ডাঙৰ আৰু ইংৰাজীত ইয়াৰ মাতটো শুনিবলৈ did he do it বা pity to do it যেন লগা বুলি কোৱা হয়৷[3][4] ইয়াক সাধাৰণতে যোৰ পাতি বা সৰু গোটত চৰা দেখা যায় যদিও প্ৰজনন নোহোৱা কালত ই জাকপাতিও চৰিব পাৰে৷ [5]
ক্ষিপ্ৰ তথ্য বালিঘোৰা (Red-wattled Lapwing), সংৰক্ষণ স্থিতি ...
বালিঘোৰা (Red-wattled Lapwing) | |
---|---|
![]() | |
V. i. indicus from India | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Charadriidae |
গণ: | Vanellus |
প্ৰজাতি: | V. indicus |
বৈজ্ঞানিক নাম | |
Vanellus indicus (Boddaert, 1783) | |
সমাৰ্থক | |
Hoplopterus indicus |
বন্ধ কৰক