![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/ba/Heart_left_ventricular_hypertrophy_sa.jpg/640px-Heart_left_ventricular_hypertrophy_sa.jpg&w=640&q=50)
বাওঁ নিলয়ী হাইপাৰট্ৰ'ফি
From Wikipedia, the free encyclopedia
বাওঁ নিলয়ী হাইপাৰট্ৰ'ফি (ইংৰাজী: Left ventricular hypertrophy, সংক্ষেপে LVH) হ'ল হৃদযন্ত্ৰৰ বাওঁ নিলয়ৰ মায়'কাৰ্ডিয়াম (হৃদযন্ত্ৰৰ পেশী) ঘন হোৱা, অৰ্থাৎ বাওঁফালৰ নিলয়ৰ হাইপাৰট্ৰ'ফি যাৰ ফলত বাওঁ নিলয়ৰ ভৰ বৃদ্ধি পায়।